ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 1, 2022, 1:06 PM IST

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Steel man of India dies : ষ্টীল মেন অৱ ইণ্ডিয়া খ্যাত জামছেদ জে ইৰাণীৰ বিয়োগ

টাটা ষ্টীলৰ প্ৰাক্তন পৰিচালন সঞ্চালক জামছেদ জে ইৰাণী আৰু নাই (Steel Man of India dies) । ৮৬ বছৰ বয়সত মৃত্যু জামছেদ জে ইৰাণীৰ । ২০১১ চনৰ জুনত টাটা ষ্টীলৰ বোৰ্ডৰ পৰা অৱসৰ লৈছিল ইৰাণীয়ে । ইৰাণীয়ে ১৯৯২ চনত পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লয় ইৰাণীয়ে ।

Gujarat Morbi Tragedy: ২ নৱেম্বৰত গুজৰাটে পালন কৰিব শোক দিৱস

"গুজৰাট চৰকাৰে ২ নৱেম্বৰত ৰাজ্যজুৰি শোক পালন কৰাৰ সিদ্ধান্ত লৈছে (2 November mourn day in Gujrat) । উক্তদিনা ৰাজ্যখনত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিতকৈ উত্তোলন কৰা হ'ব আৰু কোনো ধৰণৰআনুষ্ঠানিক অনুষ্ঠান অনুষ্ঠিত কৰা নহ'ব ।" গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এক টুইটত এই কথা প্ৰকাশ কৰে । তেওঁ লগতে জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Assam Arunachal border dispute : অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধনৰ পথত

অৰুণাচলত সীমা সমস্যা সন্দৰ্ভত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰে অসম চৰকাৰৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক । বৈঠকৰ অন্তত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ ঘোষণা, অসম-অৰুণাচল সীমা সমস্যা শীঘ্ৰে সমাধন হোৱাৰ পথত (Assam Arunachal border dispute) ।

Sankardev Sangha Controversy : টাইপাৰ ৬ নৱেম্বৰ চৰাইদেউ জিলা বন্ধ প্ৰত্যাহাৰ

মৰিয়নি বিতৰ্কত ৰাজহুৱাভাৱে ক্ষমা খুজিলে শংকৰদেৱ সংঘই । ক্ষমা খোজাৰ পাছতে ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ প্ৰত্যাহাৰ কৰিলে টাইপাই (TAYPA withdrawal Charaideu District bandha) ।

Pathetic condition of government schools: জোনাইৰ বহুকেইখন বিদ্যালয়ত জৰাজীৰ্ণ কোঠাতে চলিছে পাঠদান

ধেমাজি জিলাৰ জোনাইৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত কেবাখনো চৰকাৰী বিদ্যালয়ত এতিয়া জৰাজীৰ্ণ কোঠাতে শিক্ষকে পাঠদান কৰিবলগীয়া হৈছে (Pathetic condition of government schools) ৷ জোনাইৰ ২নং বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়, বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়, চৌৰাংশী বড়ো প্ৰাথমিক বিদ্যালয় আৰু নলিনি পাম প্ৰাথমিক বিদ্যালয়ত নাই কোনো শৈক্ষিক আন্তঃগাথঁনি । খোৱাপানীৰ অভাৱ, পৰ্যাপ্ত পৰিমাণৰ ডেস্ক-বেঞ্চৰ অভাৱৰ লগতে উল্লেখিত বিদ্যালয়সমূহত অভাৱ প্ৰয়োজনীয় বিষয় শিক্ষকৰো ৷

Person with a message of harmony: কলমৰ শক্তিৰে নিজৰ পাৰদৰ্শিতা দেখুওৱা এগৰাকী সাধাৰণ ব্যক্তি

এগৰাকী সাধাৰণ ব্যক্তি ৷ কিন্তু কামহে অসাধাৰণ ৷ যিগৰাকী ব্যক্তিয়ে অসম-নাগালেণ্ডৰ মাজত সমন্বয়ৰ বাৰ্তা বিলোৱাৰ উদ্দেশ্যে কলমেৰে দেখুৱাইছে নিজৰ পাৰদৰ্শিতা (Power of a pen)৷ পিছে কোন এগৰাকী ব্যক্তি ?

Man rapes 8 year old girl: তেজ সংগ্ৰহ কৰি বিবাহৰ বাধা নিৰাময়ৰ বাবে নাবালিকাক ধৰ্ষণ !

আৰক্ষীয়ে অৱগত কৰা অনুসৰি, এজন লোকে এগৰাকী আঠ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ নাবালিকাগৰাকীৰ ব্যক্তিগত অংগৰ পৰা তেজ সংগ্ৰহ কৰিবৰ বাবেই এই ঘৃণনীয় কাম কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে ৷

Citizenship Amendment Act: উত্তৰ পূৰ্বাঞ্চলবাসীয়ে কেতিয়াও ’কা’ মানি নলয়: সদৌ অসম ছাত্ৰ সন্থা

নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই ছুপ্ৰিম কোৰ্টত দাখিল কৰা আবেদনৰ শুনানিৰ পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ৬ অক্টোবৰ (Supreme Court hearing on CAA)। সোমবাৰৰ এই শুনানিৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাই (AASU) পুনৰ উল্লেখ কৰিলে, উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী আইন (CAA), ২০১৯ কেতিয়াও মানি নলয় ৷

Dhemaji Health department : এম্বুলেন্সত ৰোগী নহয় পানীৰ পাইপ..!

এম্বুলেন্সৰ সুবিধাৰ পৰা ৰাইজ বঞ্চিত হোৱাৰ সময়তে ধেমাজিত আজৱ ঘটনা সংঘটিত হৈছে । ধেমাজি অসামৰিক চিকিৎসালয়ে সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰিছে এম্বুলেন্স (Dhemaji hospital used ambulance to carry goods)। হাস্পতাল তথা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে স্থানীয় দল-সংগঠনৰ ক্ষোভ প্ৰকাশ ।

Road accident in Sipajhar: এম্বুলেঞ্চ আৰু তেল পৰিবাহী টেংকাৰৰ মুখামুখি সংঘৰ্ষত আহত পাঁচগৰাকী লোক

ছিপাঝাৰৰ বৰদৌলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা (Road Accident)। দুৰ্ঘটনাত আহত পাঁচগৰাকীকৈ লোক ৷ এম্বুলেঞ্চ আৰু তেল পৰিবাহী টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো (Ambulance and oil tanker collided head on) ৷ জানিব পৰা মতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা টংলাৰ টোকানকাটালৈ এটি মৃত শিশুসহ এগৰাকী প্ৰসূতি কঢ়িয়াই আনিছিল এম্বুলেঞ্চখনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.