ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি - Golaghat Food poisoning case

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : May 13, 2022, 1:07 PM IST

১০ বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি অভিলেখ গঢ়িলে নেপালী লাকপাই

এভাৰেষ্ট আৰোহণৰ কথা আপুনি নিশ্চয় শুনিছে । এই দুঃসাহসিক অভিযান সকলোৰে বাবে সম্ভৱ নহয় । কিন্তু এবাৰ দুবাৰ নহয় ১০ বাৰকৈ এভাৰেষ্টত আৰোহণ কৰাটো এজন লোকৰ বাবে সম্ভৱনে ? তাকো এগৰাকী মহিলা ৷ কিন্তু এইয়া সত্য ৷ এগৰাকী নেপালী মহিলাই ১০ বাৰকৈ এভাৰেষ্টত আৰোহণ কৰি অভিলেখ গঢ়িছে (Sherpa woman climbs Everest for 10th times)।

Ranil Wickremesinghe takes oath as Sri Lanka PM: সক্ষম হ'বনে শ্ৰীলংকাক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ?

সংকটৰ মাজতে শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে ৰনিল ৱিক্ৰমসিংঘে (Ranil Wickremesinghe takes oath as Sri Lanka PM)। দেশখনক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ৱিক্ৰমসিংঘে সক্ষম হ'ব নে নহয় তাক লৈ বৰ্তমান দেশখনত চৰ্চা চলিছে । চৰকাৰে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সৈতে বেলআউট পেকেজৰ আলোচনা কৰিছে ।

গোলাঘাটত পূজাৰ প্ৰসাদ খাই চিকিৎসাধীন 14 গৰাকী

গোলাঘাটত অঘটন ৷ গোলাঘাট নগৰৰ 6 নং ৱাৰ্ডৰ বেঙেনাখোৱা যজ্ঞেশ্বৰ দত্তৰ ঘৰত আয়োজন কৰা পূজাৰ প্ৰসাদ সেৱন কৰি অসুস্থ হৈ পৰিছে কেইবাজনো লোক(Golaghat Food poisoning case) ৷ ইয়াৰ ভিতৰত আছে 5 টা শিশু ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ গৰ্জন

ৰাজ্যজুৰি সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ প্ৰতিবাদ (AMSSU protest across the state against price hike) ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ’লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি বিৰোধিতাৰে আমছুৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজ্য ৷

ব্ৰাহ্ম'ছ মিছাইলৰ আন এক সফল পৰীক্ষণ

শত্ৰুপক্ষৰ সন্মুখত আন এক প্ৰত্যাহ্বান । এতিয়াৰে পৰা ভাৰতে অতি দূৰত্বত থকা শত্ৰুকো আক্ৰমণ কৰিব পাৰিব । Su-30 MKI যুঁজাৰু বিমানৰ পৰা ব্ৰাহ্ম'ছ এয়াৰ লঞ্চ মিছাইলেৰে আক্ৰমণ কৰিব পাৰিব ভাৰতে (BrahMos air launched Missile from Su 30 MKI fighter aircraft)। শেহতীয়া এক পৰীক্ষণৰ পাছতে দেশজুৰি বায়ু সেনাক প্ৰশংসা ।

আহি আছে 'মিৰ্জাপুৰ' ৩: আলী ফজলে আৰম্ভ কৰিলে প্ৰস্তুতি

বিখ্যাত ক্ৰাইম চিৰিজ মিৰ্জাপুৰৰ তৃতীয়টো চিজনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে মিৰ্জাপুৰৰ অনুৰাগীসকল (Mirzapur season 3) ৷ মিৰ্জাপুৰ চিজন 3ৰ বাবে ইতিমধ্যে ৰিহাৰ্চেল আৰম্ভ কৰিছে অভিনেতা আলী ফজলে ৷ অভিনেতাগৰাকীয়ে তেওঁৰ ইষ্টাগ্ৰামত জনালে এই কথা ৷ এই খবৰটো বিয়পি পৰাৰ পাছতেই উৎসুক হৈ পৰিছে মিৰ্জাপুৰৰ অনুৰাগীসকল ৷

পানীৰ তলত ডুব গ'ল স্মাৰ্ট মহানগৰখন

মহানগৰীত আকৌ কৃত্ৰিম বান (Artificial flood in Guwahati) ৷ এজাক বৰষুণতে বানত ডুব গ’ল স্মাৰ্ট মহানগৰখন ৷ এই বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে ৷

অসমৰ ৪.৩২ শতাংশ স্কুলতহে উপলব্ধ ইণ্টাৰনেট

ইণ্টাৰনেট সংযোগৰ সৰ্বভাৰতীয় হাৰৰ তুলনাত অসম বহু যোজন পিচ পৰি আছে । চৰকাৰী বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ সৰ্বভাৰতীয় হাৰ ২০ শতাংশ হোৱাৰ বিপৰীতে অসমৰ অৱস্থান মাত্ৰ ৪.৩২ শতাংশই উদঙাই দিছে ৰাজ্যখনৰ শোচনীয় স্বৰূপ (Internet is available in very few schools in Assam)।

সৌভাগ্যক্ৰমে ৰক্ষা পৰিল দুলীয়াজানবাসী

দুলীয়াজান তৈল খাদত অঘটন । তেলৰ পাইপ ফাটি নিৰ্গত হৈছে খাৰুৱা তেল (Oil pipe bursts in Duliajan)। প্ৰায় ৬০ ফুট উচ্চতালৈ নিৰ্গত হৈছে খাৰুৱা তেল । অঞ্চলটোৰ খেতি পথাৰ নষ্ট কৰাৰ লগতে অঞ্চলটোৰ বহু লোকৰ ঘৰত এই তেল বিয়পি পৰে (Oil emissions cause extensive damage in Duliajan)। ফলত সমগ্ৰ অঞ্চলটোতে আতংকময় পৰিৱেশে বিৰাজ কৰে ।

নিজকে কিদৰে ফ্লেক্সিবল্ কৰি ৰাখিছে দীপিকাই

দীপিকাৰ নিজকে ফ্লেক্সিবল্ কৰি ৰখাৰ মূলমন্ত্ৰত মুগ্ধ স্বামী ৰণবীৰ সিং ৷ যোগাসনৰ জৰিয়তে এই সুন্দৰ শৰীৰ বজাই ৰাখিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.