ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 23, 2022, 12:58 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Karmashree Awards 2022 : কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি বিতোপন নেওগলৈ কৰ্মশ্ৰী বঁটা

কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি তথা বৰ্তমান শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক কৰ্মশ্ৰী বঁটা(Karmashree Awards to ACS Officer Bitopan Neog) প্ৰদান ৷ এই বঁটা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma) ই ৷

তেজপুৰৰ চক বজাৰত পুনৰ অগ্নিকাণ্ড: মিছন চাৰিআলিত জ্বলি উঠিল i20 বাহন

তেজপুৰত শনিবাৰে পুৱতি নিশা দুটাকৈ পৃথক স্থানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা(Massive fire break out at Tezpur) । এফালে তেজপুৰ চক বজাৰত ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড(Massive Fire at chowk bazaar in Tezpur) সংঘটিত হোৱাৰ বিপৰীতে তেজপুৰ মিছন চাৰিআলিত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ(ক)ত অগ্নিদগ্ধ হয় এখন i20 বাহন ।

নলবাৰীত ধুমুহাই তচনচ কৰিলে বহুলোকৰ বাসগৃহ ; বিদ্যুত সংযোগ ব্যাহত

ধুমুহাৰ তাণ্ডৱত বিপৰ্যস্ত নলবাৰীৰ জনজীৱন ৷ বিগত ডেৰ মাহৰ ব্যৱধানত তিনিবাৰকৈ অহা ধুমুহাই বিস্তৰ ক্ষতিসাধন(Strom causes extensive damage in Nalbari) কৰিছে জিলাখনৰ সাধাৰণ লোকৰ ৷ মাজনিশা অহা এজাক ধুমুহাই মহতিয়াই নিলে বহুলোকৰ বাসগৃহ ৷ জিলাখনৰ ঠায়ে ঠায়ে বিদ্যুৎ সংযোগ ব্যাহত ৷

নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত বিসংগতিৰ অভিযোগ

নলবাৰীৰ নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত বিসংগতি(Discrepancy in entrance examination of Navodaya Vidyalaya) ৰ অভিযোগ ৷ দিশহাৰা অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী ৷ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অসমীয়া ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ ৷

নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ স্কুটীসহ যুৱকৰ মৃতদেহ

নলবাৰী অঘটন ৷ পুৱাই নলবাৰীৰ গণেশ মন্দিৰৰ সমীপত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ (Dead body recovered in Nalbari)। মৃতদেহটোৰ কাষতে উদ্ধাৰ হৈছে এখন স্কুটী ৷ স্কুটীখনৰ নম্বৰ হৈছে AS১৫ L৬৬৬৭ ।

Police encounter in Nagaon : আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ মাফিয়া

শুকুৰবাৰৰ নিশা গৰজি উঠিল নগাঁও আৰক্ষীৰ বন্দুক(Police encounter in Nagaon) ৷ জুৰীয়াত সংঘটিত আৰক্ষীৰ গুলীচালনাত আহত(Drugs mafia injured in police encounter) এটা ড্ৰাগছ মাফিয়া ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে আহত ড্ৰাগছ মাফিয়াটো ৷ আনহাতে, মাফিয়াটোৰ আক্ৰমণত আহত হৈছে এগৰাকী আৰক্ষী জোৱান ৷

অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে সম্পন্ন গুৱাহাটী পৌৰ নিৰ্বাচন 2022

46 নং ৱাৰ্ডৰ আম আদমিৰ সমৰ্থিত প্ৰাৰ্থীৰ পুলিং এজেন্ট তথা পুত্ৰৰ ওপৰত বিজেপি কৰ্মীয়ে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ । ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাত গোচৰ ৰুজু আপৰ ৷ আনহাতে নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰা পাছতো আপে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপি আই টি কোষৰ (Violence incident in GMC Election) ৷

কৰিমগঞ্জত শিশু শ্ৰমিকৰ ৰহস্যজনক মৃত্যু: অসম ত্ৰিপুৰা ঘাইপথ অৱৰোধ ক্ষুদ্ধ লোকৰ

কৰিমগঞ্জৰ ছলগৈত অঘটন ৷ কৰিমগঞ্জৰ এখন মদৰ দোকানত কৰ্মৰত এগৰাকী 16 বছৰীয়া শিশু শ্ৰমিকৰ ৰহস্যজনক মৃত্যু (Suspicious suicide case in Karimganj) ৷ মৃত কিশোৰটিক পৰিয়ালক লোকৰ অভিযোগ, কিশোৰটিক দোকানৰ মালিক পক্ষই হত্যা কৰি দিছে আত্মহত্যাৰ ৰূপ ৷ মৃত কিশোৰটিয়ে কাম কৰা দোকানখনৰ স্বত্বাধিকাৰী জনৈক বাদল ভৌমিক বুলি জানিব পৰা গৈছে ৷

কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত দুই ইউক্ৰেনিয়ান নাগৰিকক আটক

কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনৰ পৰা আটক ইউক্ৰেনৰ দুই নাগৰিকক (two ukrainian citizen caught in badarpur train station ) । ত্ৰিস্কিনস্কী ভল'ডিমিৰ আৰু নাজাৰি ভ'জনী নামৰ দুই যুৱকক আটক কৰিছে ৰেল আৰক্ষীয়ে ।

দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে সম্পন্ন হ'ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

শুকুৰবাৰে সম্পন্ন হয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022) । দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল ভোটদান পক্ৰিয়া ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.