ETV Bharat / state

পাঠশালাৰ তিলকৰ কৰুণ কাহিনী...

author img

By

Published : Aug 22, 2019, 10:11 AM IST

কোনো লোকে যদি এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহলে SBIৰ Ac No-37094503488 IFSC Code - SBIN0009577ত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে অথবা 9707058143 আৰু 8721864376 ফোন নম্বৰ যোগে যোগাযোগ কৰিব পাৰে ৷

পাঠশালাৰ তিলকৰ কৰুণ কাহিনী!

পাটাছাৰকুছি, 22 আগষ্টঃ পাঠশালাৰ সমীপৰ দক্ষিণ প্ৰান্তৰ হাঠিনাপুৰ শালদহ গাঁৱৰ তিলক দাস নামৰ এজন যুৱকৰ কৰুণ কাহিনী ৷ মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা তিলকে এতিয়া জি এম চি এইচৰ বিচনাত জীৱন মৃত্যুৰে যুঁজিছে ৷ তিলকৰ দুয়োটা বৃক্ক নষ্ট হোৱাত এতিয়া তিলকৰ পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হৈছে ৷

etv bharat assam
পাঠশালাৰ তিলকৰ কৰুণ কাহিনী!

চিকিৎসাৰ নামত সকলো সা-সম্পত্তি বিক্ৰী কৰি সৰ্বশ্ৰান্ত পৰিয়ালটো৷ তাতোকৈ দুখ জনক কথা যে যুৱক জনৰ নৱ-বিবাহিতা পত্নী চাৰি মাহৰ সন্তান সম্ভৱা৷ স্বাভাৱিকতে নিৰ্জু প্ৰকৃতিৰ যুৱকজনৰ এনে দুখৰ সময়ত গাঁওবাসীও ভাগি পৰিছে৷ গাঁৱবাসীয়ে যুৱকজনক সুস্থ কৰি তুলাৰ বাবে গাঁৱৰ উপৰিও পাঠশালাৰ বিভিন্ন প্ৰান্তত অৰ্থ সংগ্ৰহ কৰাৰ লগতে চৰকাৰৰ পৰা সহায়ৰ বাবে আহ্বান জনাইছে৷ কোনো সদাশয় ব্যক্তিয়ে যদি এই দুৰ্ভগীয়া পৰিয়ালটোৰ সহায় কৰিব বিচাৰে তেনেহলে SBIৰ Ac No.- 37094503488 Ifsc code - SBIN0009577ত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে অথবা 9707058143 আৰু 8721864376 ফোন নম্বৰ যোগে যোগাযোগ কৰিব পাৰে ৷

Intro:Pathsala kidney fail

এজন নব বিবাহিত যুৱক ৰ কৰুন কাহিনী ll

পত্নী চাৰি মাহৰ সন্তান সম্ভৱা ll

তেওঁক জীবন দান দিবলৈ এতিয়া গাৱবাসী ওলাই আহিছে খুজি মাগি ধন সংগ্ৰহ কৰিবলৈ ll

জটিল ৰোগত আক্ৰান্ত হৈ এতিয়া জি এম চি এইচ ৰ বিচনাত চিকিৎসাধীন যুৱক জন ll

Body:Pathsala kidney fail

পাঠশালা,২১ আগষ্ট: পাঠশালা ৰ সমীপৰ দক্ষিন প্ৰান্তৰ হাঠিনাপুৰ ৰ এজন যুবকৰ কৰুণ কাহিনী ll মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা যুবক গৰাকী এতিয়া জীবন মৃত্যুৰে যূজি আশ্ৰিত জি এম চি এইচ ৰ বিচনাত ll গাৱ বাসী এ খুজি মাগি এতিয়া অৰ্থ সংগ্ৰহত ব্যস্ত যুবক জনক ৰক্ষা কৰিবলৈ l এই সন্দৰ্ভত এক বিশেষ ৰিপৰ্ট.....

Vo 1

পাঠশালা ৰ সমীপতে দক্ষিণ প্ৰান্তৰ হাঠীনাপুৰ শালদহ গাৱৰ এটা পৰিয়াললৈ নামি আহিছে অমানিশা ll এইজন দুৰ্ভগীয়া যুবক হৈছে তিলক দাস l মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা যুবক গৰাকী ৰ দুয়োটা বৃক্ক নষ্ট হোৱাত এতিয়া পৰিয়াল টোৰ পাণীত হাহ নচৰা অবস্থা হৈছে l চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি এতিয়া কঠিন পৰিস্থিতিত যুবক জন চিকিৎসাধীন জি এম চি এইচ ৰ বিচনাত ll তাতকৈ দুখ জনক কথা যে যুবক জনৰ নব বিবাহিতা পত্নী চাৰি মাহৰ সন্তান সম্ভৱা l

Byte - ৰাইজ

Vo 2

স্বাভাৱিক তে নিৰ্জু প্ৰকৃতিৰ যুবক জনৰ এনে দুখৰ সময়ত গাৱ বাসী ও ভাগি পৰিছে l সকলো গাৱবাসী এ গাৱৰ উপৰি পাঠশালা ৰ বিভিন্ন প্ৰান্তত অৰ্থ সংগ্ৰহ কৰি যুবক জনক সুস্হ কৰি তুলিবলৈ নামি পৰিছে l কিন্তু এয়া পৰ্যাপ্ত নহয় l সকলোএ পৰিয়াল টু উদ্ধাৰ কৰিবলৈ সহায় ভিক্ষা মাগিছে চৰকাৰৰ l

Byte - স্হানীয় মহিলা ll

End Vo

যদি আপুনি এই দুৰ্ভগীয়া পৰিয়াল টোক সহায় কৰিৱ বিচাৰে তেনেহলে Sbi ৰ ac no 37094503488

Ifsc code - SBIN0009577
ত আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব পাৰে অথবা 9707058143
অাৰু 8721864376 no যুগে যোগাযোগ কৰিব পাৰে l কোনোবাৰ সহায়ে যদি পৰিয়াল টোক উদ্ধাৰ কৰিৱ পাৰে তেনেহলে সেয়া হব পৰিয়াল টোৰ বাবে আশীৰ্বাদ ll
Conclusion:বাইট-২
ভিডিঅ'-৩
ফটো-২
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.