ETV Bharat / state

বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰলৈ 'তাঁতীকুছি বঁটা' - tantikuchi award to akshya misra

বৰপেটাৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক অক্ষয় কুমাৰ মিশ্ৰলৈ আগবঢ়োৱা হৈছে 'তাঁতীকুছি বঁটা' ৷ পহিলা ব'হাগৰ দিনটোতে তাঁতীকুছিৰ একাংশ কৰ্মকৰ্তা সাহিত্যিক গৰাকীৰ ঘৰত উপস্থিত হৈ বিহুৰ সেৱা জনোৱাৰ লগতে বঁটা প্ৰদানৰ কথা ঘোষণা কৰে ৷

বৰপেটাৰ বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰলৈ 'তাঁতীকুছি বঁটা'

author img

By

Published : Apr 15, 2021, 9:45 PM IST

বৰপেটা,১৫ এপ্ৰিল: বৰপেটাৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক অক্ষয় কুমাৰ মিশ্ৰলৈ আগবঢ়োৱা হৈছে 'তাঁতীকুছি বঁটা' ৷ 'শিক্ষাৰত্ন' আৰু 'কলাগুৰু' বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক গৰাকীক ২০২১ বৰ্ষৰ 'তাঁতীকুছি বঁটা' প্ৰদানৰ কথা ঘোষণা কৰিছে সামাজিক, সাংস্কৃতিক সংস্থা তাঁতীকুছিয়ে ৷ পহিলা ব'হাগৰ দিনটোতে তাঁতীকুছিৰ একাংশ কৰ্মকৰ্তা সাহিত্যিক গৰাকীৰ ঘৰত উপস্থিত হৈ বিহুৰ সেৱা জনোৱাৰ লগতে বঁটা প্ৰদানৰ কথা ঘোষণা কৰে ৷

অক্ষয় কুমাৰ মিশ্ৰলৈ 'তাঁতীকুছি বঁটা'

উল্লেখ্য যে, সত্ৰনগৰী বৰপেটা বিভিন্ন সময়ত একাধিক নামেৰে পৰিচিত হৈ আহিছে ৷ একালত তাঁতীকুছি হিচাপি পৰিচিত ঐতিহ্যনগৰী বৰপেটাৰ পূৰ্বৰ নাম সুঁৱৰি তাঁতীকুছি নামৰ সামাজিক সাংস্কৃতিক সংস্থাটোৱে প্ৰতিবছৰে বিভিন্নজনক 'তাঁতীকুছি বঁটা' প্ৰদান কৰি আহিছে ৷ ইপিনে পহিলা ব'হাগৰ দিনটোতে বঁটা প্ৰাপ্তিৰ খবৰে আনন্দিত কৰা বুলি মন্তব্য কৰি অসমবাসীৰ মংগল কামনা কৰে অক্ষয় কুমাৰ মিশ্ৰই ৷

লগতে পঢ়ক: চাপৰত পুত্ৰৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.