ETV Bharat / state

নখান্দা নৈত জাঁপ দিলে যুৱকে - নখান্দা নৈত জাপ যুৱকৰ

নিশা দলঙৰ পৰা নখান্দা নৈত জাঁপ দিলে যুৱকে ৷ যুৱকজন বৰপেটা চহৰৰ বৃন্দাবনহাটীৰ হৰকুমাৰ দাস ৷ যুৱকজনৰ সন্ধানত বৰ্তমানেও আৰম্ভ হোৱা নাই উদ্ধাৰ অভিযান ৷

নখান্দা নৈত জাপ যুৱকৰ
author img

By

Published : Jul 24, 2019, 2:16 PM IST

বৰপেটা, ২৪ জুলাইঃ বৰপেটাত মঙলবাৰে নিশা দলঙৰ পৰা নখান্দা নৈত জাঁপ দিলে যুৱকে ৷ যুৱকজন বৰপেটা চহৰৰ বৃন্দাবনহাটীৰ প্ৰসন্ন দাসৰ পুত্ৰ হৰকুমাৰ দাস ৷ মঙলবাৰে নিশা প্ৰায় ১১ বজাত পাটবাউসীৰ ওচৰৰ নখান্দা নৈৰ দলঙৰ পৰা জাঁপ দিয়ে যুৱকজনে ৷ ইতিমধ্যে দলঙৰ ওপৰত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ AS 15 K 3917 নম্বৰৰ বাইকখনৰ লগতে যুৱকজনে পিন্ধি যোৱা চেণ্ডেলযোৰ ৷ নিশা নৈত মাছ মাৰি থকা মাছমৰীয়াই প্ৰত্যক্ষ কৰিছিল যুৱকজনে জপিওৱাৰ দৃশ্য ৷ ইপিনে যুৱকজনৰ সন্ধানত বৰ্তমানেও আৰম্ভ হোৱা নাই উদ্ধাৰ অভিযান ৷ SDRF আৰু NDRF বাহিনীৰ জোৱানসকল সম্প্ৰতি বজালী মহকুমাৰ বানত আৱদ্ধ লোকক উদ্ধাৰ অভিযানত ব্যস্ত হৈ থকাৰ বাবেই যুৱকজনৰ সন্ধানত চলাব পৰা নাই উদ্ধাৰ অভিযান ৷

নখান্দা নৈত জাপ যুৱকৰ

ইপিনে আত্মহত্যাৰ পূৰ্বে যুৱকজনে লিখি থৈ যোৱা এখন চুইছাইড নোট উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে চুইছাইড নোটত যুৱকজনে আত্মহত্যাৰ বাবে কাকো জগৰীয়া কৰি থৈ যোৱা নাই বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ যুৱকজনে আত্মহত্যা কৰা এই ঘটনাক লৈ বৰপেটাত অব্যাহত আছে চাঞ্চল্য ৷ কিন্তু কি কাৰণত যুৱকজনে আত্মহত্যা কৰিলে সেইয়া এতিয়াও জানিব পৰা হোৱা নাই ৷

Intro:
বৰপেটা, ২৪ জুলাইঃ বৰপেটাত মঙলবাৰে নিশা দলঙৰ পৰা নৈত জাপ দিলে যুৱকে ৷ বৰপেটা-পাটবাউসী সংযোগী নখান্দা-দলঙৰ পৰা নৈত জাপ যুৱকৰ ৷ যুৱকজন বৰপেটা চহৰৰ বৃন্দাবনহাটীৰ প্ৰসন্ন দাসৰ পুত্ৰ হৰকুমাৰ দাস. ৷ Body:মঙলবাৰে নিশা প্ৰায় ১১ বজাত পাটবাউসীৰ ওচৰৰ নখান্দা নৈৰ দলঙৰ পৰা জাপ মাৰে যুৱকজনে ৷ ইতিমধ্যে দলঙৰ ওপৰত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ AS 15 K 3917 নম্বৰৰ বাইকখনৰ লগতে চেণ্ডেলযোৰ ৷ নিশা নৈত মাছ মাৰি থকা মাছমৰীয়া লোকে যুৱকজনে জপিওৱা প্ৰত্যক্ষ কৰে ৷ ইপিনে যুৱকজনৰ সন্ধানত এতিয়াও আৰম্ভ হোৱা নাই উদ্ধাৰ অভিযান ৷ SDRF আৰু NDRF বাহিনীৰ জােৱানসকল সম্প্ৰতি বজালী মহকুমাৰ বানত আৱদ্ধ লোকক উদ্ধাৰ অভিযানত ব্যস্ত হৈ থকাৰ বাবেই যুৱকজনৰ সন্ধানত চলাব পৰা নাই উদ্ধাৰ অভিযান ৷ ইপিনে আত্মহত্যাৰ পূৰ্বে যুৱকজনে লিখি থৈ যোৱা চুইছাইড নোট এটা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ অবশ্যে চুইছাইড নোটত যুৱকজনে আত্মহত্যাৰ বাবে কাকো জগৰীয়া কৰি থৈ যোৱা নাই বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ যুৱকজনৰ আত্মহত্যাৰ ঘটনাক লৈ বৰপেটাত চাঞ্চল্য ৷ যুৱকজনৰ আত্মহত্যাৰ পিৰকৃত কাৰন জানিব পৰা নাই যদিও অাৰ্থিক কাৰনতে যুৱকজনে আত্মহত্যা কৰা বুলি জানিবলৈ দিছে যুৱকজনৰ ভাতৃয়ে ৷

Conclusion:বাইটঃ যুৱকজনৰ ব্যৱসায়ী সংগী ৷
বাইটঃ যুৱকজনৰ ভাতৃ ৷

---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.