ETV Bharat / state

শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী

২০১৬ চনত ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰা আব্দুল বাতিন আহমেদে সংঘটিত কৰা দুৰ্নীতিৰ বাবে তেখেতক প্ৰধান শিক্ষকৰ দায়িত্বৰ পৰা অৱনমিত কৰা হয় | কিন্তু 2019 বৰ্ষৰ ডিচেম্বৰ মাহত পুনৰ স্থায়ী প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰে ৷

Student boycott class at Rampur High school
শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী
author img

By

Published : Feb 5, 2020, 7:23 PM IST

জনিয়া,5 ফেব্ৰুৱাৰীঃ শ্ৰেণীকোঠা বৰ্জন কৰি প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ৷ প্ৰধান শিক্ষকৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ৷ ২০১৬ চনত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰা আব্দুল বাতিন আহমেদে সংঘটিত কৰা দুৰ্নীতিৰ বাবে তেখেতক প্ৰধান শিক্ষকৰ দায়িত্বৰ পৰা অৱনমিত কৰা হয় | কিন্তু 2019 বৰ্ষৰ ডিচেম্বৰ মাহত পুনৰ স্থায়ী প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰে ৷

শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী

ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তিৰ নামত মাচুল সংগ্ৰহ, মধ্যাহ্ন ভোজন বন্ধ ৰখা, বাৰ্ষিক খেলৰ বাবে চৰকাৰে অনুদান প্ৰদান কৰাৰ পিছতো খেল নপতা, পাঠদান নকৰা আদি কেইবাটাও অভিযোগ উত্থাপন কৰে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ৷ আনহাতে, প্ৰধান শিক্ষক আব্দুল বাতিন আহমেদে একাউন্টৰ খেলি মেলিৰ বাবে বাবে মধ্যাহ্ন ভোজন বন্ধ কৰি ৰখা হয় বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক-ভাৰতীয়সকলৰ বাবে ভূটানৰ নতুন পৰ্যটন নীতি

Intro:slug: as_jania_5feb_student_boycott_class_vis2+byt4+pho2_spl_pkg_story_asc10058

Anchor: ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী বৰ্জন। প্ৰধান শিক্ষক আব্দুল বাতিন আহমেদৰ দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন -Body:slug: as_jania_5feb_student_boycott_class_vis2+byt4+pho2_spl_pkg_story_asc10058

VO-1: দুৰ্নীতিৰ অন্য এক নাম হৈছে ৰামপুৰ হাই স্কুলৰ প্ৰধান শিক্ষক আব্দুল বাতিন আহমেদ। ২০১৬ চনত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰাত প্ৰধান শিক্ষকৰ দায়িত্বৰ পৰা অৱনমিত কৰা হয়। কিন্তু ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত পুনৰ স্থায়ী প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পিছৰে পৰাই আৰম্ভ কৰিছে দুৰ্নীতি। ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্ত্তিৰ নামত মাচুল সংগ্ৰহ, মধ্যাহ্ন ভোজন বন্ধ ৰখা, Annual Sportsৰ বাবে চৰকাৰে দিয়া অনুদান দিয়াৰ পিছতো Annual Sports নপতা, পাঠদান নকৰা আদি বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ-ছাত্ৰী সকলে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ইফালে প্ৰধান শিক্ষক আব্দুল বাতিন আহমেদে একাউন্টৰ খেলি-মেলিৰ বাবে মধ্যাহ্ন ভোজন বন্ধ ৰাখিছে বুলি মন্তব্য কৰে।
Conclusion:slug: as_jania_5feb_student_boycott_class_vis2+byt4+pho2_spl_pkg_story_asc10058
Byte: ছাত্ৰ-ছাত্ৰী আৰু প্ৰধান শিক্ষক আব্দুল বাতিন আহমেদৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Special Package Story
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.