পাঠশালা,২ ছেপ্টেম্বৰঃ বজালীৰ ফুটবল চৰ্চাৰ এক অন্যতম ঐতিহ্য ক্ষেত্ৰ হৈছে চৌখুটি। এই চৌখুটীতে কালিৰ পৰা আৰম্ভ হৈছে নৰনাথ পাঠক আৰু মহেশ্বৰ কলিতা সোৱঁৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা। বজালীৰ চৌখুটী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে উক্ত প্ৰতিযোগিতাখন। 1 তাৰিখৰ পৰা 15 তাৰিখলৈ হ'বলগীয়া ফুটবল প্ৰতিযোগিতা খনত কেবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰিব । প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হিমা দাসৰ প্ৰশিক্ষক নিপন দাস,বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা আৰু জেষ্ঠ আৰক্ষী বিষয়া সত্যনাথ কলিতাকে আদি কৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে।
বজালীত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা - নৰনাথ পাঠক আৰু মহেশ্বৰ কলিতা সোৱঁৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা
বজালীত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা। চৌখুটী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 1 তাৰিখৰ পৰা 15 তাৰিখলৈ হ'ব লগীয়া ফুটবল প্ৰতিযোগিতা খনত কেবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰিব
পাঠশালা,২ ছেপ্টেম্বৰঃ বজালীৰ ফুটবল চৰ্চাৰ এক অন্যতম ঐতিহ্য ক্ষেত্ৰ হৈছে চৌখুটি। এই চৌখুটীতে কালিৰ পৰা আৰম্ভ হৈছে নৰনাথ পাঠক আৰু মহেশ্বৰ কলিতা সোৱঁৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা। বজালীৰ চৌখুটী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে উক্ত প্ৰতিযোগিতাখন। 1 তাৰিখৰ পৰা 15 তাৰিখলৈ হ'বলগীয়া ফুটবল প্ৰতিযোগিতা খনত কেবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰিব । প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হিমা দাসৰ প্ৰশিক্ষক নিপন দাস,বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা আৰু জেষ্ঠ আৰক্ষী বিষয়া সত্যনাথ কলিতাকে আদি কৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে।
পাঠশালা ৰ চৌখুটীত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা lll
Body:Pathsala football
পাঠশালা,২ ছেপ্টেম্বৰ: বজালীৰ ফুটবল চৰ্চাৰ এক অন্যতম ঐতিয্য ক্ষেত্ৰ হৈছে চৌখুটি l এই চৌখুটীত এ কালিৰ পৰা আৰম্ভ হৈছে নৰনাথ পাঠক অাৰু মহেশ্বৰ কলিতা সোৱঁৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা ll বজালী ৰ চৌখিটী উচ্ছতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 1 তাৰিখৰ পৰা 15 তাৰিখলৈ হব লগীয়া প্ৰতিযোগিতা খন ত কেবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰিব ll কালি হিমা দাসৰ প্ৰশিক্ষক নিপন দাস, বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা অাৰু জেষ্ঠ আৰক্ষী বিষয়া সত্যনাথ কলিতা কে আদি কৰি কেবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰে উক্ত প্ৰতিযোগিতা খনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ll কালি উদ্বোধনী খেল খন বজালী ফুটবল কোচিং চেন্টাৰ অাৰু উপৰনৈ এফ চি ক্লাবৰ মাজত অনুষ্ঠিত হৈ যায় ll উক্ত খেল খন প্ৰতিবছৰে চাবলৈ বজালী ৰ বিভিন্ন প্ৰান্তৰ জনতা ই খেলপথাৰত ভীৰ কৰে ll
Conclusion:বাইট-১
ভিডিঅ'-৩
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
TAGGED:
SOUKHUTI FOOTBALL TOURNAMENT