ETV Bharat / state

বৰপেটাত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি - বৰপেটাত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

বৰপেটাত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি । আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত অনিৰ্দিষ্ট কাললৈ নিষেধাজ্ঞা জাৰি জিলা প্ৰশাসনৰ ।

বৰপেটাত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি
বৰপেটাত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি
author img

By

Published : Jan 22, 2021, 10:11 PM IST

বৰপেটা ২২ জানুৱাৰী: আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত অনিৰ্দিষ্ট কাললৈ বৰপেটাত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি ৷ লগতে কেতবোৰ নিষেধাজ্ঞাও প্ৰদান কৰা হয় । প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে জিলাখনৰ ৰাজহুৱা স্থানত সভা সমিতি, সমদল, ধৰ্ণা, শোভাযাত্ৰা আদিতো নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ ৷ জিলাখনৰ ৰাজহুৱা স্থানত ৫ জন বা ততোকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা আৰোপ ৷

আনহাতে দুচকীয়া বাহনত দুজন বা তাতোধিক যাত্ৰী উঠাতো নিষেধাজ্ঞা জাৰি ৷ অৱশ্যে শিশু, মহিলা আৰু জ্যেষ্ঠলোকক এইক্ষেত্ৰত ৰেহাই দিছে প্ৰশাসনে ৷ সম্পূৰ্ণ মুখ আৱৰা হেলমেট পৰিধান কৰাৰ লগতে মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত চলা ফুৰা কৰাও নিষিদ্ধ কৰা হৈছে ৷ জিলা প্ৰশাসনে জাৰি কৰা নিষেধাজ্ঞা অমান্য কৰিলে আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়নি বৰপেটা জিলা প্ৰশাসনৰ ৷

লগতে পঢ়ক:ৰাইজৰ ধনেৰে লাহ-বিলাসত ব্যস্ত শাসকীয় দলৰ নেতা:ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.