ETV Bharat / state

কলগাছিয়াত ভয়াৱহ পথ দুৰ্ঘটনা

author img

By

Published : Aug 13, 2019, 11:20 PM IST

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত ভয়াৱহ পথ দুৰ্ঘটনা, এজনৰ অৱস্থা সংকটজনক

কলগাছিয়াত ভয়াৱহ পথ দুৰ্ঘটনা
  • বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত ভয়াৱহ পথ দুৰ্ঘটনা
  • দুখন তীব্ৰবেগী চাৰিচকীয়া বাহনৰ বাবেই দুৰ্ঘটনাগ্ৰস্ত দুখনকৈ মটৰ চাইকেল
  • দুৰ্ঘটনাত কলগাছিয়াৰ মনাকাছা গাঁৱৰ নুৰুল ইছলাম আৰু আমজাদ আলী নামৰ দুজন লোক আহত
  • দুৰ্ঘটনাত আহত নুৰুল ইছলামৰ অৱস্থা সংকটজনক
    কলগাছিয়াত ভয়াৱহ পথ দুৰ্ঘটনা

  • বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত ভয়াৱহ পথ দুৰ্ঘটনা
  • দুখন তীব্ৰবেগী চাৰিচকীয়া বাহনৰ বাবেই দুৰ্ঘটনাগ্ৰস্ত দুখনকৈ মটৰ চাইকেল
  • দুৰ্ঘটনাত কলগাছিয়াৰ মনাকাছা গাঁৱৰ নুৰুল ইছলাম আৰু আমজাদ আলী নামৰ দুজন লোক আহত
  • দুৰ্ঘটনাত আহত নুৰুল ইছলামৰ অৱস্থা সংকটজনক
    কলগাছিয়াত ভয়াৱহ পথ দুৰ্ঘটনা
Intro:slug: as_jania_13aug_byk_accident_vis1+byt2+pho1_story_asc10058

Anchor: কলগাছিয়াত ভয়াবহ পথ দুৰ্ঘটনা, দুজন লোক আহত লগে লগে কলগাছিয়া অসামৰিক চিকিৎসালৈ প্ৰেৰণ।Body:slug: as_jania_13aug_byk_accident_vis1+byt2+pho1_story_asc10058

VO: জনীয়া সমষ্ঠিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়াত ভয়াৱহ পথ দুৰ্ঘটনা। কলগাছিয়ালৈ গৈ থকাৰ সময়ত দুখন তীব্ৰবেগী চাৰিচকীয়া বাহন হৰা-জিকাকৈ চলাই যোৱাৰ বাবে দুচকীয়া বাহন দুখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত দুজন লোক আহত হয় আহত লোক দুজন কলগাছিয়াৰ মনাকাছা গাঁৱৰ নুৰুল ইছলাম আৰু আমজাদ আলক। ইয়াৰে নুৰুল ইছলামৰ অৱস্থা সংকটজনক। দুখৰ বিষয় যে কালি হৈ যোৱা ধুমুহাৰ বাবে কাৰেণ্ট নাই, কিন্তু চিকিৎসালয়ত জেনেৰেটৰ থকা সত্বেও তেল নথকাৰ বাবে ই ছি জি কৰিব পৰা নাই। ৰাইজে দাবী উত্থাপন কৰিছে যে অনাগত দিনত যাতে অন্যান্য ৰোগীয়ে অসুবিধাত পৰিব লগা নহয়। তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়।Conclusion:slug: as_jania_13aug_byk_accident_vis1+byt2+pho1_story_asc10058

Byt: আমজাদ আলি আৰু স্থানীয় ৰাইজ।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.