ETV Bharat / state

ৰেড এলাৰ্ট বৰপেটা জিলা প্ৰশাসনৰ, উপস্থিত ৰঞ্জিৎ কুমাৰ দাস

বৰপেটাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে বাক্সাৰ আৰক্ষী অধীক্ষকৰ সৈতে গোৱৰ্ধনাত উপস্থিত হ’ল ৰঞ্জিৎ কুমাৰ দাস ৷ ভূটানৰ কুৰিশ্বু বান্ধৰ পানীক লৈ বৰপেটা আৰু বাক্সাকে ধৰি নামনি অসমৰ জিলাসমূহৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি ৷

ৰেড এলাৰ্ট বৰপেটা জিলা প্ৰশাসনৰ, উপস্থিত ৰঞ্জিৎ কুমাৰ দাস
author img

By

Published : Jul 25, 2019, 11:19 PM IST

বৰপেটা, 25 জুলাইঃ বৰপেটাত ৰেড এলাৰ্ট ৷ ভূটানৰ কুৰিশ্বু বান্ধৰ পানীক লৈ বৰপেটা আৰু বাক্সাকে ধৰি নামনি অসমৰ জিলাসমূহৰ ৰাইজৰ মাজত সৃষ্টি হৈছে ত্ৰাসৰ ৷ ইপিনে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়া হ’ব বুলি ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্প'ৰেছনৰ পৰা তথ্য লাভ কৰাৰ পিচতেই জিলাখনত বৰপেটা জিলা প্ৰশাসনৰ ৰেড এলাৰ্ট ৷

ৰেড এলাৰ্ট বৰপেটা জিলা প্ৰশাসনৰ, উপস্থিত ৰঞ্জিৎ কুমাৰ দাস

বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাসে মানাহ ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন নাৰায়নগুৰি, ছাফাকামাৰ গোৱৰ্ধনা আদি অঞ্চল পৰিদৰ্শন কৰে ৷ উক্ত অঞ্চলসমূহ পৰিদৰ্শ কৰি বিজেপি সভাপতি গৰাকীয়ে ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা চলায় ৷ ইপিনে গোৱৰ্ধনা ৰাইজৰ সৈতে এখন সভাতো অংশগ্ৰহণ কৰে বিজেপি সভাপতিগৰাকীয়ে ৷ এই সভাখনত উপস্থিত থাকে বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ লগতে বৰপেটাৰ আৰক্ষী অধীক্ষক, বাক্সা জিলাৰ আৰক্ষী অধীক্ষক, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৷

বানাক্ৰান্তৰ উদ্ধাৰ আৰু সাহাৰ্যৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণ ৰূপে সষ্টম হৈ আছে বুলি কয় বিধায়কগৰাকীয়ে ৷ আনহাতে ভূটানে পানী এৰিলে আগতীয়াকৈ জনাব বুলিও জানিব দিয়ে ৰঞ্জিৎ কুমাৰ দাসে ৷

Intro:ভূটানৰ কুৰিশ্বু বান্ধৰ পানীক লৈ বৰপেটা আৰু বাক্সাকে ধৰি নামনি অসমৰ জিলাসমুহৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ কুৰিশ্বু বান্ধৰ পানী এৰি দিব বুলি ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্প'ৰেছনৰ পৰা তথ্য লাভ কৰাৰ পিচতেই বৰপেটা জিলা প্ৰশাসনে জাৰি কৰিছিল ৰেড এলাৰ্ট ৷Body:তাৰপিচতেই আজি বিজেপিৰ ৰাজ্যক সভাপতি তথা সৰভোগৰ বিধায়ক ৰনজিৎ কুমাৰ দাস উপস্থিত হয় মানাহ ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন নাৰায়নগুৰি, ছাফাকামাৰ গোৱৰ্ধনা আদি অঞ্চলত ৷ উক্ত অঞ্চলসমুহ পৰিদৰ্শ কৰি বিজেপি সভাপতি গৰাকীয়ে ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা চলায় ৷ ইপিনে গোৱৰ্ধনা চ'কত ৰাইজৰ সৈতে এখন সভাতো অংশগ্ৰহন কৰে বিজেপি সভাপতিগৰাকীয়ে ৷ বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ লগতে বৰপেটাৰ আৰক্ষী অধীক্ষক আৰু বাক্সা জিলাৰ আৰক্ষী অধীক্ষক দুগৰাকীয়েও অংশগ্ৰহন কৰাৰ লগতে বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াও সভাখনত উপস্থিত থাকেConclusion:বানত আক্ৰান্ত লোকসকলৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰুপে সাজু হৈ থকাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে ভূটানে পানী এৰিলে আগতীয়াকৈ জনাব বুলিও জানিব দিয়ে ৷ ইপিনে আজি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে ভিডিও কমফাৰেঞ্চত ভাগ লব বুলি প্ৰকাশ কৰে ৰনজিৎ কুমাৰ দাসে ৷ তেও ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহক সকলো কথা অৱগত কৰিব বুলিও জানিবলৈ দিয়ে ৰণজিৎ কুমাৰ দাসে ৷
বাইট
১) ৰণজিৎ দাস
২) উপায়ুক্ত বৰপেটা ৷

From
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.