ETV Bharat / state

ডিটেনশ্যন কেম্পৰ পৰা মুছলমান লোকে উলিয়ালে হিন্দু ব্যক্তিক

সংকীৰ্ণতাৰ ঠেক গণ্ডীৰ পৰা আতৰত থকা এটা অঞ্চল ৷ ডিটেনশ্যন কেম্পৰ পৰা জামিনত উলিয়াই আনিলে হিন্দু লোকক ৷ সততে হিন্দু মুছলমানৰ কথাৰে বিতৰ্কৰ সৃষ্টি কৰা বিজেপিৰ বিধায়ক শিলাদিত্যকো সকীয়ালে তেওঁলোকে ৷ ভৱিষ্যতে যাতে হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি নকৰে,অন্যথা সাতামপুৰুষীয়া ঐক্যৰে বান্ধ খাই থকা অসমৰ হিন্দু-ৃমুছলমান ৰাইজে ৰেহাই নিদিয়ে বিধায়ক শিলাদিত্য দেৱক ৷

হিন্দু মুছলমান সকলো এক
হিন্দু মুছলমান সকলো এক
author img

By

Published : Nov 28, 2019, 5:18 PM IST

জনীয়া, 28 নৱেম্বৰঃ জাত,পাত,ধৰ্ম,সাম্প্ৰদায়িকতাৰ বিপৰীতে য'ত আছে মানৱতাৰ ধৰ্ম ৷ এজন ব্যক্তি ৷ ২০১৩ চনৰ পৰা বন্দীত্বৰ জীৱন কটাইছিল বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পিচত লোকজনে ৷ গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত পাৰ কৰিবলগা হৈছিল 6টা কৈ বছৰ ৷ কোনো নাছিল মানুহজনক সংগ দি়বলৈ ৷ জাত পাত,ধৰ্মৰ উৰ্ধত গৈ বৰপেটা জিলাৰ কাদং অঞ্চলৰ একাংশ সমাজ হিতৈষী লোকে যি কৰি দেখুৱালে সেয়া সঁচাকৈয়ে সমাজৰ বাবে আদৰ্শ হৈ পৰিছে ৷ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা

realm of secularism, Muslim People granted bail to hindu detainee barpeta assam etv bharat
বৰপেটাৰ কাদং অঞ্চলৰ ৰাইজে মোকলাই অনা সুভল ভৌমিক
সুভল ভৌমিক
নামৰ হিন্দু লোকজনক একাংশ মুছলমান লোকে নিজৰ দান বৰঙণিৰে জামিনত মোকলাই আনে ৷ বাদছাহ আহমেদৰ নামৰ লোকজনৰ নেতৃত্বত কাদং অঞ্চলৰ মুছলমান ৰাইজে মুকলি আকাশৰ তললৈ উলিয়াই আনে লোকজনক ৷
ডিটেনশ্যন কেম্পৰ পৰা মুছলমান লোকে উলিয়ালে হিন্দু ব্যক্তিক

লগতে পঢ়কঃন্যায় পাবনে 21 বছৰে অপেক্ষাৰত দুগৰাকী অসহায় স্বামীহাৰা পত্নীয়ে !


ৰাজনৈতিক নেতা,মন্ত্ৰী-বিধায়কৰ অৰাজনৈতিক মন্তব্য, সাম্প্ৰদায়িক,বিভেদকামী কাৰ্যৰ বিপৰীতে বৰপেটাৰ কাদং অঞ্চলৰ ৰাইজে দাঙি ধৰিলে অতুলনীয় নিদৰ্শন ৷ সততে হিন্দু মুছলমানৰ কথাৰে বিতৰ্কৰ সৃষ্টি কৰা বিজেপিৰ বিধায়ক শিলাদিত্যকো সকীয়ালে তেওঁলোকে ৷ ভৱিষ্যতে যাতে হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি নকৰে,অন্যথা সাতামপুৰুষীয়া ঐক্যৰে বান্ধ খাই থকা অসমৰ হিন্দু-ৃমুছলমান ৰাইজে ৰেহাই নিদিয়ে বিধায়ক শিলাদিত্য দেৱক ৷

আৰু পঢ়কঃচাৰি নৱ নিৰ্বাচিত বিধায়কৰ শপতগ্ৰহণ, প্ৰথম দিনাই সদন ত্যাগ বিৰোধী পক্ষৰ


জাত পাতৰ সংকীৰ্ণ ৰাজনীতিৰ বিপৰীতে বৰপেটাৰ কাদং অঞ্চলৰ ৰাইজে মোকলাই অনা সুভল ভৌমিকে ক'লে মানৱতাৰ কথা ৷ ক'লে হিন্দু মুছলমান সকলো এক ৷ ৰাজনৈতিক নেতাৰ মন্তব্য,দেশৰ সমসাময়িক ৰাজনৈতিক অস্থিৰতাৰ মাজতো মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বৰপেটাৰ কাদং অঞ্চলৰ একাংশ লোকে ৷ সকলোৰে বাবে আদৰ্শ তেওঁলোকে যি কৰিলে ৷ আনহাতে ডিটেনশ্যন কেম্পত 6 বছৰ বন্দীত্বৰ জীৱন কটোৱা সুভল ভৌমিকে প্ৰকাশ কৰিলে ডিটেনশ্যন কেম্পৰ বাস্তৱতাৰ কথা ৷

লগতে পঢ়কঃ বিধ্বংসী গৰাখহনীয়াৰ কৱলত বিজনীৰ শ-শ গাওঁ

জনীয়া, 28 নৱেম্বৰঃ জাত,পাত,ধৰ্ম,সাম্প্ৰদায়িকতাৰ বিপৰীতে য'ত আছে মানৱতাৰ ধৰ্ম ৷ এজন ব্যক্তি ৷ ২০১৩ চনৰ পৰা বন্দীত্বৰ জীৱন কটাইছিল বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পিচত লোকজনে ৷ গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত পাৰ কৰিবলগা হৈছিল 6টা কৈ বছৰ ৷ কোনো নাছিল মানুহজনক সংগ দি়বলৈ ৷ জাত পাত,ধৰ্মৰ উৰ্ধত গৈ বৰপেটা জিলাৰ কাদং অঞ্চলৰ একাংশ সমাজ হিতৈষী লোকে যি কৰি দেখুৱালে সেয়া সঁচাকৈয়ে সমাজৰ বাবে আদৰ্শ হৈ পৰিছে ৷ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা

realm of secularism, Muslim People granted bail to hindu detainee barpeta assam etv bharat
বৰপেটাৰ কাদং অঞ্চলৰ ৰাইজে মোকলাই অনা সুভল ভৌমিক
সুভল ভৌমিক নামৰ হিন্দু লোকজনক একাংশ মুছলমান লোকে নিজৰ দান বৰঙণিৰে জামিনত মোকলাই আনে ৷ বাদছাহ আহমেদৰ নামৰ লোকজনৰ নেতৃত্বত কাদং অঞ্চলৰ মুছলমান ৰাইজে মুকলি আকাশৰ তললৈ উলিয়াই আনে লোকজনক ৷
ডিটেনশ্যন কেম্পৰ পৰা মুছলমান লোকে উলিয়ালে হিন্দু ব্যক্তিক

লগতে পঢ়কঃন্যায় পাবনে 21 বছৰে অপেক্ষাৰত দুগৰাকী অসহায় স্বামীহাৰা পত্নীয়ে !


ৰাজনৈতিক নেতা,মন্ত্ৰী-বিধায়কৰ অৰাজনৈতিক মন্তব্য, সাম্প্ৰদায়িক,বিভেদকামী কাৰ্যৰ বিপৰীতে বৰপেটাৰ কাদং অঞ্চলৰ ৰাইজে দাঙি ধৰিলে অতুলনীয় নিদৰ্শন ৷ সততে হিন্দু মুছলমানৰ কথাৰে বিতৰ্কৰ সৃষ্টি কৰা বিজেপিৰ বিধায়ক শিলাদিত্যকো সকীয়ালে তেওঁলোকে ৷ ভৱিষ্যতে যাতে হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি নকৰে,অন্যথা সাতামপুৰুষীয়া ঐক্যৰে বান্ধ খাই থকা অসমৰ হিন্দু-ৃমুছলমান ৰাইজে ৰেহাই নিদিয়ে বিধায়ক শিলাদিত্য দেৱক ৷

আৰু পঢ়কঃচাৰি নৱ নিৰ্বাচিত বিধায়কৰ শপতগ্ৰহণ, প্ৰথম দিনাই সদন ত্যাগ বিৰোধী পক্ষৰ


জাত পাতৰ সংকীৰ্ণ ৰাজনীতিৰ বিপৰীতে বৰপেটাৰ কাদং অঞ্চলৰ ৰাইজে মোকলাই অনা সুভল ভৌমিকে ক'লে মানৱতাৰ কথা ৷ ক'লে হিন্দু মুছলমান সকলো এক ৷ ৰাজনৈতিক নেতাৰ মন্তব্য,দেশৰ সমসাময়িক ৰাজনৈতিক অস্থিৰতাৰ মাজতো মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বৰপেটাৰ কাদং অঞ্চলৰ একাংশ লোকে ৷ সকলোৰে বাবে আদৰ্শ তেওঁলোকে যি কৰিলে ৷ আনহাতে ডিটেনশ্যন কেম্পত 6 বছৰ বন্দীত্বৰ জীৱন কটোৱা সুভল ভৌমিকে প্ৰকাশ কৰিলে ডিটেনশ্যন কেম্পৰ বাস্তৱতাৰ কথা ৷

লগতে পঢ়কঃ বিধ্বংসী গৰাখহনীয়াৰ কৱলত বিজনীৰ শ-শ গাওঁ

Intro:slug: as_jania_28nov_sampritir_nidorshon_vis2+byt4+pho2_spl_pkg_asc10058

Anchor: সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে কাদং অঞ্চলৰ ৰাইজে। সুভল ভৌমিক নামৰ এগৰাকী হিন্দু লোকক ডিটেনশ্বন কেম্পৰ পৰা মোকলাই আনিলে বাদশা আহমেদৰ নেতৃত্বত কাদঙ অঞ্চলৰ মুছলমানে।Body:slug: as_jania_28nov_sampritir_nidorshon_vis2+byt4+pho2_spl_pkg_asc10058

VO: যি সময়ত অসমৰ লগতে সমগ্ৰ দেশতে একাংশ ৰাজনৈতিক নেতা তথা মন্ত্ৰী-বিধায়কে সাম্প্ৰদায়িক মন্তব্য আৰু কাৰ্যৰে পৰিৱেশ অস্থিৰ কৰি ৰাখিছে, তেনে সময়তে বৰপেটা জিলাৰ কাদং অঞ্চলৰ একাংশ সমাজ হিতৈষী যুৱকে দাঙি ধৰিছে সম্প্ৰীতিৰ এক যোগাত্মক নিদৰ্শন। ২০১৩ চনত কাদঙৰ সুভল ভৌমিক নামৰ এগৰাকী হিন্দু লোকক বিদেশী বুলি বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰাৰ পাছত ডিটেনশ্বন কেম্পত বন্দী কৰা হৈছিল। মহম্মদপুৰ গাঁৱৰ বাসিন্দা সমাজ হিতৈষী বাদশা আহমেদৰ নেতৃত্বত যোৱা ২০ নবেম্বৰত কাদঙৰ হিন্দু-মুছলমানৰ দান বৰঙণিৰে মুকলাই অনা হৈছে সুভল ভৌমিক নামৰ ব্যক্তিজনক। কাদঙ অঞ্চলৰ মুছলমানৰ লগত থাকি সুভল ভৌমিক অত্যন্ত সুখি বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে ডিটেনশ্বন কেম্পত এজনো বিদেশী মানুহ নাই বুলি তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

Special Package StoryConclusion:slug: as_jania_28nov_sampritir_nidorshon_vis2+byt4+pho2_spl_pkg_asc10058

Byte: সুভল ভৌমিক, বাদশা আহমেদ আৰু ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Special Package Story
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.