ETV Bharat / state

Press meet of BDO: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীৰ সংবাদমেল

author img

By

Published : Dec 16, 2022, 1:50 PM IST

আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আগতেই ঘৰ সম্পূৰ্ণ কৰাৰ আহ্বান ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীৰ (Press meet of BDO Nabaratna Patowary) ৷

Press meet of Block Development Officer Nabaratna Patowary at Rupsi
Press meet of BDO: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীৰ সংবাদমেল
Press meet of BDO: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীৰ সংবাদমেল

জনীয়া, 16 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana) ঘৰ সন্দৰ্ভত কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে এক সংবাদমেল আয়োজন কৰে ৷ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আগতেই ঘৰ সম্পূৰ্ণ কৰাৰ আহ্বান ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীৰ (Press meet of BDO Nabaratna Patowary) ৷

"আমাৰ ৰূপসী উন্নয়ন খণ্ডৰ এলেকাত পুৰণি পিএমৱাইৰ ঘৰ লাভ কৰিবলগীয়া 10,016 গৰাকী তাৰ ভিতৰত প্ৰায় ঘৰ সম্পূৰ্ণ কৰা হৈছে যদিও 549 গৰাকী হিতাধীকাৰীৰ ঘৰ সম্পূৰ্ণ কৰা নাই ৷ ইতিমধ্যে হিতাধিকাৰীসকলৰ কাৰণে তৃতীয় কৃস্তিৰ ধন মুকলি কৰি দিয়া হৈছে ৷ ইয়াৰ লগত জড়িত সকলো সংশ্লিষ্ট লোকে হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক ঘৰসমূহ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰিছে ৷ কিন্তু ইয়াৰ পিচতো তেখেতসকলে সম্পূৰ্ণ কৰা নাই ৷ যাৰ ফলত আমি আমাৰ অগ্ৰগতিৰ খতিয়ানত সফল হ’ব পৰা নাই ৷ গতিয়ে মই ইয়াৰ যোগেৰে 549 ঘৰ হিতাধিকাৰীক অনুৰোধ কৰিছো যাতে 25 ডিচেম্বৰৰ ভিতৰত আধৰুৱা হৈ থকা কামখিনি সম্পূৰ্ণ কৰে ৷"

লগতে তেওঁ কয় (BDO Nabaratna Patowary press meet)যে আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীনৰ অধীনত কেঁচা ঘৰসমূহ পকী কৰাৰ যি ব্যৱস্থা কৰিছিল সেইখিনিটো আমাৰ হিতাধিকাৰী আছিল 9,931 গৰাকী ৷ তাৰ ভিতৰত আমি 6,486 গৰাকী হিতাধিকাৰীৰ নাম আমি ৰেজিষ্টাৰ কৰিছো ৷ তাতো আমি যিসকল হিতাধিকাৰীৰ নাম বাচনি কৰিছো সকলোকে আমি অনুমোদন কৰিব পৰা নাই ৷ কাৰণ হিতাধিকাৰীসকলে তেওঁলোকৰ নথি পত্ৰসমূহ সম্পূৰ্ণকৈ জমা দিব পৰা নাই ৷

2018 চনত যিখিনি ঘৰ জিঅ’টেগ কৰা হৈছিল, যিসকল হিতাধিকাৰীৰ ঘৰ নাই , এতিয়া আমি ৰূপসী উন্নয়ন ক্ষেত্ৰৰ ভিতৰত 6,783 টা ঘৰ আমি প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিছো ৷ কিন্তু আমি বহুতো এনেকুৱা পৰিয়াল পাইছো তেওঁলোক দিনত ঘৰত নথকাৰ বাবে আমাৰ কৰ্মচাৰী যাওঁতে কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই, ফলত আমি উৰ্ধ্বতম কৰ্তৃপক্ষলৈ মেপিং পঠিয়াব পৰা নাই ৷

এইখন সংবাদমেলৰ যোগেদিয়েই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অসম্পূৰ্ণ হৈ থকা হিতাধিকাৰীসকলক ২০ ডিচেম্বৰৰ ভিতৰত গৃহৰ কাম সম্পূৰ্ণ কৰি তালিকা জমা দিবলৈ আহ্বান জনাই বিষয়াগৰাকীয়ে (BDO Nabaratna Patowary press meet at Rupsi)৷

লগতে পঢ়ক: Cabinet Meeting in Jorhat: যোৰহাটৰ উন্নয়নৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্প গ্ৰহণ ৰাজ্যিক কেবিনেটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.