ETV Bharat / state

বৰপেটাত জৰাজীৰ্ণ বাঁহৰ দলঙে জ্বলা কলা খুৱাইছে ৰাইজক - বৰপেটা

গাঁৱখনৰ জয়নাল আব্দিন নামৰ এজন লোকে নিজৰ পকেটৰ ধন খৰচ কৰি পোকালাগী নৈৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণ কৰি পথচাৰী সকলৰ পৰা টকা সংগ্ৰহ কৰি আছে যদিও এই কামত লোকচানৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে ।

বৰপেটা
বৰপেটাত জৰাজীৰ্ণ বাঁহৰ দলঙে খুৱাইছে যন্ত্ৰণা
author img

By

Published : Dec 5, 2019, 1:06 PM IST

বৰপেটা, 5 ডিচেম্বৰঃ বৰপেটাৰ সীমান্ত এলেকাৰ হালধীয়া গাঁৱত পোকালাগী নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘ দিন ধৰি নৰক যন্ত্ৰণা ভোগাইছে স্থানীয় ৰাইজক ৷ গাঁৱখনৰ জয়নাল আব্দিন নামৰ এজন লোকে নিজৰ পকেটৰ ধন খৰচ কৰি পোকালাগী নৈৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণ কৰি পথচাৰী সকলৰ পৰা টকা সংগ্ৰহ কৰি আছে যদিও এই কামত লোকচানৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে ।

বৰপেটা
বৰপেটাত জৰাজীৰ্ণ বাঁহৰ দলঙে খুৱাইছে যন্ত্ৰণা

জয়নাল আব্দিনে জানিবলৈ দিয়া অনুসৰি,নৈ খনৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰাৰ বাবে পঞ্চায়ত প্ৰতিনিধি,স্থানীয় বিধায়ক আৰু সাংসদক অৱগত কৰা হৈছিল যদিও কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। অৱশেষত উপায়হীন হৈ ৰাইজৰ সুবিধাৰ্থে নিজৰ পকেটৰ টকা খৰচ কৰি বাঁহৰ সাঁকো নিৰ্মাণ কৰি দিয়াৰ কথা ব্যক্ত কৰে জয়নাল আব্দিনে।

লগতে চাওকঃকেবিনেটত গৃহীত কেব: সমগ্ৰ ৰাজ্যত জ্বলিছে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি

Intro:slug: as_jania_5dec_bambo_bridge_vis3+byt1+pho2_story_asc10058Body:slug: as_jania_5dec_bambo_bridge_vis3+byt1+pho2_story_asc10058

VO : বৰপেটা জিলাৰ সীমান্ত এলেকাৰ হালধীয়া গাৱত পোকালাগী নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাহৰ দলঙে যাতায়তৰ ক্ষেত্ৰত ৰাইজ নৰক যন্ত্ৰণা ভুগি আছে। গাও খনৰ জয়নাল আব্দিন নামৰ এজন লোকে নিজৰ পকেটৰ ধন খৰচ কৰি পোকালাগী নৈৰ ওপৰত এখন বাহৰ দলং নিৰ্মাণ কৰি পথচাৰী সকলৰ পৰা টকা সংগ্ৰহ কৰি আছে যদিও এই কামত লোকচানৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে।জয়নাল আব্দিনে জানিবলৈ দিয়া মতে নৈ খনৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰাৰ বাবে পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়ক আৰু সাংসদক অৱগত কৰা হৈছিল যদিওঁ কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে। অৱশেষত উপায়হীন হৈ ৰাইজৰ সুবিধাৰ্থে নিজৰ পকেটৰ টকা খৰচ কৰি বাহৰ সাঁকো নিৰ্মান কৰি দিয়াৰ কথা ব্যক্ত কৰে।Conclusion:slug: as_jania_5dec_bambo_bridge_vis3+byt1+pho2_story_asc10058

Byte : জয়নাল আব্দিনৰ মন্তব্য

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.