ETV Bharat / state

বজালীত কালদিয়াই লৈছে কালৰূপ - পাঠশালা

বৃহস্পতিবাৰে কালদিয়া নৈৰ বাঢ়নী পানীয়ে বজালীৰ কেইবাখনো গাঁৱত বানৰ সৃষ্টি কৰাৰ লগতে নামনিৰ ঐতিহ্য মন্দিত ভোগেশ্বৰী মন্দিৰৰ প্ৰতিও সংকটৰ সৃষ্টি কৰিছে ৷ কোবাল সোঁতে নিমিষতে খহাই লৈ যায় মন্দিৰলৈ যোৱা মূল গড়কাপ্তানি পথৰ দুটাকৈ কালভাৰ্ট ৷

বজালীত কালদিয়াৰ সংহাৰী ৰূপ
author img

By

Published : Jul 11, 2019, 7:33 PM IST

পাটাছাৰকুছি, 11 জুলাইঃ উফন্দি উঠা কালদিয়া নৈয়ে বজালীৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ বাবে বিপদ মাতি আনিছে ৷ বৃহস্পতিবাৰে কালদিয়া নৈৰ বাঢ়নী পানীয়ে বজালীৰ কেইবাখনো গাঁৱত বানৰ সৃষ্টি কৰাৰ লগতে নামনিৰ ঐতিহ্য মন্দিত ভোগেশ্বৰী মন্দিৰৰ প্ৰতিও সংকটৰ সৃষ্টি কৰিছে ৷ কোবাল সোঁতে নিমিষতে খহাই লৈ যায় মন্দিৰলৈ যোৱা মূল গড়কাপ্তানি পথৰ দুটাকৈ কালভাৰ্ট ৷

বজালীত কালদিয়াৰ সংহাৰী ৰূপ

আনহাতে কালদিয়াৰ কাষতে থকা ভোগেশ্বৰী মন্দিৰৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে কালদিয়াৰ ভয়াৱহ বানে ৷ বজালীৰ নিত্যানন্দ, ভোগপুৰ, বদনকুচি, উলুৱা, পানবাৰী, অকয়া আদি গাঁও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷

লগতে পঢ়কঃ গৰাখহনীয়া কৱলত বিকল্প ৰাজ্যিক ঘাই পথ

Intro:Pathsala kaldiya flood

বজালী ত কালদিয়া ৰ সংহাৰী ৰূপ ll

বাঢ়নি পানীৰ কবলত পৰি কেবাখনো গাৱ পানীৰ তলত ll

ভোগেশ্বৰী মন্দিৰ পথৰ কালভাৰ্ট উটুৱাই নিলে বাঢ়নী পানী এ ll

OcvoBody:

পাঠশালা,১১জুলাই: নেৰানেপেৰা বৰষুণ ৰ পৰিনতিত কালিয়া নদী ৰ সংহাৰী ৰূপে বজালী ৰ বিভিন্ন প্ৰান্তৰ ৰাইজ লৈ বিপদ মাতি আনিছে l অাজি কালদিয়া নদীৰ বাঢ়নি পানী এ বজালী ৰ কেবাখনো গাৱ ত বানপানী সৃষ্টি কৰাৰ লগতে নামনিৰ ঐতিহ্য মন্দিত ভোগেশ্বৰী মন্দিৰ লৈ বিপদ মাতি আনিছে l পানীৰ কোবাল সোতে নিমিষতে মন্দিৰ লৈ যোৱা মূল গড়কাপ্তানি পথৰ দুটাকৈ কালভাৰ্ট খহাই লৈ যাই l আনকি কালদিয়া ৰ গা তে লাগি থকা ভোগেশ্বৰী মন্দিৰ ৰ প্ৰতি ও তীব্ৰ ভাবুকি ৰ সৃষ্টি কৰিছে কালদিয়া ৰ ভয়াবহ অগ্ৰগতি অাৰু কোবাল সোতে l যথাস্থানত ঠিয় হৈ থকা চাৰি গৰাকী লোক দৈব ক্ৰমে ৰক্ষা পৰে ভয়াবহ বিপদ ৰ পৰা l ইপিনে বাঢ়নি পানী ৰ পৰিনতিত বজালী ৰ নিত্যানন্দ, ভোগপূৰ, বদনকুচি, উলুৱা, পানবাৰী, অকয়া আদি গাৱ এতিয়া বানপানীৰ কবলত l সাগৰ সদৃশ হৈ পৰিছে যথাস্থানৰ খেতিপথাৰ সমূহ l ৰাজপথ ও এতিয়া পানীৰ তলত l তদুপৰি বহু পৰিয়ালে এতিয়া সহবাস কৰিছে পানীৰ সৈতে l

Conclusion:বাইট-১
Video-2
ফপো_৪
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.