ETV Bharat / state

বিজেপি মুৰ্দাবাদ ধ্বনিৰে উত্তাল পাঠশালা

author img

By

Published : Dec 12, 2019, 2:54 PM IST

প্ৰতিবাদ কাৰিয়ে বন্ধ কৰি ৰাখে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ বিজেপি মুৰ্দাবাদ,মোডী মূৰ্দাবাদ,অমিত শ্বাহ মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ ধ্বনিৰে কঁপি উঠে পাঠশালাৰ আকাশ বতাহ ৷ ইপিনে বন্ধ হৈ পৰিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথো ৷

Pathsala cab protest
Pathsala cab protest

পাঠশালা,12 ডিচেম্বৰ: অসমীয়াৰ বিৰোধিতাৰ সত্বেও কেন্দ্ৰই অসমত জোৰ-জুলুমকৈ জাপি দিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ জনতাৰ মাজত জ্বলিছে ক্ষোভৰ জুই ৷
পাঠশালাৰ ৰাইজেও আজি ৰাজপথত ওলাই আহি বহিঃ প্ৰকাশ কৰে ক্ষোভৰ ৷

ৰাইজৰ মুখত শ্ল'গান, 'দে খেদি দে খেদি দে, বিজেপি খেদি দে'

প্ৰতিবাদকাৰীয়ে বন্ধ কৰি ৰখে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ৰাজপথত দাউ-দাউকৈ জ্বলে টায়াৰ ৷ যাৰ ফলত ৰাজপথত আবদ্ধ হৈ পৰে শ শ গাড়ী । অৱশ্যে এম্বুলেন্স আৰু জৰুৰীকালীন বাহন সমূহ যাবলৈ দিয়ে ৷

আছু, যুৱ ছাত্ৰ পৰিষদ পৰিষদ , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে সাধাৰণ ৰাইজেও স্বতঃস্ফূৰ্ত ভাৱে ৰাজপথলৈ আহি সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ যুৱক-যুৱতী-বৃদ্ধ সকলো জাতিৰ হকে ওলাই আহে ৰাজপথলৈ ৷ বিজেপি মুৰ্দাবাদ,মোডী মূৰ্দাবাদ, অমিত শ্বাহ মূৰ্দাবাদ, সৰ্বানন্দ সনোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ ধ্বনিৰে কঁপি উঠে পাঠশালাৰ আকাশ বতাহ ৷

ৰাজপথ বন্ধকৰি গীত গাই ৰাইজৰ প্ৰতিবাদ

গুৱাহাটীৰ প্ৰতিবেদনঃ

ৰাজ্যত তীব্ৰ ৰূপ ধাৰণ কৰিছে কেব বিৰোধী আন্দোলন। ৰাজ্যজুৰি দল সংগঠন, ছাত্র ছাত্ৰী, সাধাৰণ জনতায়ে নাগৰিকত্ব সংশোধনী বিৰুদ্ধে প্ৰতিবাদ সবাস্ত ৰাখিছে । কেবৰ বিৰুদ্ধে জাগৃত হৈ উঠিছে সাধাৰণ জনতা । 37 নং ৰাষ্ট্ৰীয় ঘাইপথ টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ ফলত সম্পূৰ্ণ বন্ধ হৈ পৰিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ।

ক্ষোভৰ দাবানল..

Intro:Pathsala cab protest

পাঠশালা হাইৱে চকত ভয়াবহ প্ৰতিবাদ . Body:Pathsala cab protest

পাঠশালা, ১২ ডিচেম্বৰ: আছু,যুৱ ছাত্ৰ পৰিষদ পৰিষদ , কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ

ৰাতিপুৱাৰ ভাগৰ পৰা হাজাৰ হাজাৰ ৰাইজ ওলাই আহি আছে ৰাজপথলৈ।।

প্ৰতিবাদ কাৰিয়ে বন্ধ কৰি ৰাখিছে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ।যাৰ ফলত ৰাজপথত আবদ্ধ শ শ গাড়ী। অবশ্য এম্বুলেন্স আৰু জৰুৰীকালীন বাহন সমূহ যাবলৈ দি থকা হৈছে।

বিজেপি মুৰ্দাবাদ,মোডী মূৰ্দাবাদ, অমিত শ্বাহ মূৰ্দাবাদ, সৰ্বানন্দ সনোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ ধ্বনিৰে পাঠশালাৰ ৩১নং ৰাষ্ট্ৰীয় ৰাজপথ উত্তাল।Conclusion:ভিডিঅ'-৪
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.