ETV Bharat / state

গাঁৱৰ মহিলাক ঋণ দিয়াৰ অচিলাৰে কোটি টকা সংগ্ৰহ কমাৰ্চিয়েল প্ৰাঃলিমিটেডৰ

তিনিমাহ পূৰ্বে পাঠশালাৰ লগতে নিত্যানন্দ,টিহুকে ধৰি বহু স্থানত স্থাপন কৰা হৈছিল প্ৰতিষ্ঠানটোৰ কাৰ্যালয় ৷ প্ৰতিগৰাকী মহিলাৰ পৰা পাঠশালা শাখাৰ 17 গৰাকী ক্ষেত্ৰ কৰ্মীয়ে সংগ্ৰহ কৰিছিল ঋণৰ বাবদ 2500 কৈ টকা

কমাৰ্চিয়েল প্ৰাঃলিমিটেড
author img

By

Published : Aug 2, 2019, 6:20 PM IST

Updated : Aug 3, 2019, 11:46 AM IST

  • পাঠশালাত গাঁৱলীয়া কমাৰ্চিয়েল প্ৰাঃলিমিটেডৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
  • গাৱঁৰ মহিলাক ঋণ দিয়াৰ অচিলাৰে কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে
  • 10 হাজাৰৰ পৰা 50 হাজাৰলৈকে ঋণ দিয়াৰ প্ৰলোভন দিছিল এই প্ৰতিষ্ঠানটোৱে
  • বৰ্তমানলৈ ঋণ লাভ নকৰা একাংশ মহিলাই শুকুৰবাৰে আৰক্ষীৰ ওচৰত দাখিল কৰে এজাহাৰ
  • ইতিমধ্যে আৰক্ষীয়ে প্ৰতিষ্ঠানত তলা ওলমোৱাৰ লগতে জব্দ কৰে সকলো নথি পত্ৰ আৰু ফাৰ্ণিচাৰ
  • সম্প্ৰতি কাৰ্যালয়ৰ পাচ গৰাকী কৰ্মচাৰীক আটক কৰা হৈছে
  • অৱশ্যে পলাতক অৱস্থাত আছে শাখা পৰিচালক
    etv bharat assam

Intro:Pathsala breaking

পাঠশালাত গাৱলীয়া কমাৰ্চিয়েল প্ৰাঃলিমিটেডৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্হিতি

গাওলীয়া মহিলাক ঋণ দিয়াৰ অচিলাৰে কোটি টকা সংগ্ৰহ প্ৰতিষ্ঠানটোৰ

তিনিমাহ পূৰ্বে পাঠশালাৰ লগতে নিত্যানন্দ,টিহুকে ধৰি বহু স্হানত স্হাপন কৰা হৈছিল এই প্ৰতিষ্ঠান

প্ৰতিগৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰা হৈছিল 2500 টকাকৈ

10 হাজাৰৰ পৰা 50 হাজাৰকৈ ঋণ দিয়াৰ প্ৰলোভন দিছিল এই প্ৰতিষ্ঠানটোৱে

মে মাহতে প্ৰতিগৰাকী মহিলাৰ পৰা পাঠশালা শাখাৰ 17 গৰাকী ক্ষেত্ৰ কৰ্মীয়ে সংগ্ৰহ কৰিছিল ঋণৰ বাবদ 2500 কৈ টকা

আজিলৈ ঋণ লাভ নকৰা একাংশ মহিলাই আজি আৰক্ষীৰ ওচৰত এই প্ৰতিষ্ঠানৰ ওপৰত দাখিল কৰে এজাহাৰ

ঋণ দিয়াৰ প্ৰলোভনৰে পাঠশালাত স্হাপন কৰা কাৰ্যালয়ত মহিলাৰ উত্তপ্ত পৰিস্হিতি

ঘটনাস্হলীত উপস্হিত আৰক্ষী

প্ৰতিষ্ঠানত আৰক্ষীয়ে ওলোমালে তলা ঃ জব্দ কৰিলে সকলো নথি পত্ৰ আৰু ফাৰ্ণিচাৰ

কাৰ্যালয়ৰ পাচ গৰাকী কৰ্মচাৰীক আটক

শাখা পৰিচালক পলাতকBody:Pathsala breaking

পাঠশালা,২ আগষ্ট: পাঠশালাত গাৱলীয়া কমাৰ্চিয়েল প্ৰাঃলিমিটেডৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্হিতি

গাওলীয়া মহিলাক ঋণ দিয়াৰ অচিলাৰে কোটি টকা সংগ্ৰহ প্ৰতিষ্ঠানটোৰ

তিনিমাহ পূৰ্বে পাঠশালাৰ লগতে নিত্যানন্দ,টিহুকে ধৰি বহু স্হানত স্হাপন কৰা হৈছিল এই প্ৰতিষ্ঠান

প্ৰতিগৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰা হৈছিল 2500 টকাকৈ

10 হাজাৰৰ পৰা 50 হাজাৰকৈ ঋণ দিয়াৰ প্ৰলোভন দিছিল এই প্ৰতিষ্ঠানটোৱে

মে মাহতে প্ৰতিগৰাকী মহিলাৰ পৰা পাঠশালা শাখাৰ 17 গৰাকী ক্ষেত্ৰ কৰ্মীয়ে সংগ্ৰহ কৰিছিল ঋণৰ বাবদ 2500 কৈ টকা

আজিলৈ ঋণ লাভ নকৰা একাংশ মহিলাই আজি আৰক্ষীৰ ওচৰত এই প্ৰতিষ্ঠানৰ ওপৰত দাখিল কৰে এজাহাৰ

ঋণ দিয়াৰ প্ৰলোভনৰে পাঠশালাত স্হাপন কৰা কাৰ্যালয়ত মহিলাৰ উত্তপ্ত পৰিস্হিতি

ঘটনাস্হলীত উপস্হিত আৰক্ষী

প্ৰতিষ্ঠানত আৰক্ষীয়ে ওলোমালে তলা ঃ জব্দ কৰিলে সকলো নথি পত্ৰ আৰু ফাৰ্ণিচাৰ

কাৰ্যালয়ৰ পাচ গৰাকী কৰ্মচাৰীক আটক

শাখা পৰিচালক পলাতকConclusion:Breaking
Photo-1
Dimpal Talukdar
Patacharkuchi lc
Last Updated : Aug 3, 2019, 11:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.