ETV Bharat / state

ক'ত ব্যস্ত জনপ্ৰিয় "ঐ খাপলা"ৰ গেষ্ট্ৰিক!

অহা 23 আগষ্টত সৰ্থেবাৰী বনিয়াকুছিত বীণাপাণি থিয়েটাৰৰৰ আৰম্ভ হ'ব ২০১9-20 নাট্যবৰ্ষ ৷ "পাগলৰ তান্দব", "তোমাৰ হাঁহিত আমাৰ জীৱন", "দেওলগা ঘৰ","ভগৱানৰ তেজ"নামৰ এই চাৰিখন নাটক মঞ্চস্থ হ'ব ৷

খাপলাং
author img

By

Published : Aug 22, 2019, 5:27 PM IST

Updated : Aug 22, 2019, 5:44 PM IST

বজালী,২২ আগষ্ট: ৰাজ্যত শেহতীয়াকৈ হৈ যোৱা প্ৰলয়ংকাৰী বানত বিস্তৰ ক্ষতিসাধন হৈছিল বৰপেটাত৷ সৰুক্ষেত্ৰী সমষ্টিৰ সৰ্থেবাৰী সমীপৰ বনিয়াকুছিৰ বীণাপাণি থিয়েটাৰৰ প্ৰায় ষাঠি শতাংশ সামগ্ৰীৰ ক্ষতিসাধন হৈছিল বানত ৷ ইয়াৰ পাচতো অশেষ সমস্যাৰ মাজেৰে 45 সংখ্যক নাট্যবৰ্ষৰ নাটকৰ আখৰা চলাইছে দলটোৱে ৷ 23 আগষ্টত সৰ্থেবাৰী বনিয়াকুছিত বীণাপাণী থিয়েটাৰৰ 45 সংখ্যক নাট্যবৰ্ষৰ আৰম্ভণী হ'ব ৷ "পাগলৰ তান্দব", "তোমাৰ হাঁহিত আমাৰ জীৱন", "দেওলগা ঘৰ","ভগৱানৰ তেজ"নামৰ এই চাৰিখন নাটক মঞ্চায়ন কৰিব ৷ খাপলাংকাইৰ জৰিয়তে অসমবাসী ৰাইজৰ মন জয় কৰা বিপুল ৰাভাই অভিনয় কৰা থিয়েটাৰখনে অনুৰাগীৰ মৰম বুটলিবলৈ সক্ষম হ'ব বুলি আশাবাদী সমূহ কলা-কুশলী৷

Intro:Pathsala Binapani theatre

বানত বিধস্হ বিনাপানী থিয়েটাৰৰ প্ৰস্তুতি তুংগত

23 আগষ্টত 46 সংখ্যক নাট্যবৰ্ষৰ শুভাৰম্ভনি 

টিভিৰ টি আৰ পি এতিয়া বিনাপানীত Body:Pathsala Binapani theatre

বজালী,২২ আগষ্ট: ৰাজ্যত শেহতীয়াকৈ হৈ যোৱা প্ৰলয়ংকাৰী বানত বৰপেটা জিলাতো বিস্তৰ ক্ষতিসাধন হৈছিল ঃ যাৰ সমান্তৰালভাৱে জিলাখনৰ সৰুক্ষেত্ৰী সমষ্টিৰ সৰ্থেবাৰী সমীপৰ বনিয়াকুছিৰ বিণাপাণি থিয়েটাৰৰ প্ৰায় ষাঠি শতাংশ সামগ্ৰীৰ ক্ষতিসাধন হৈছিল :: ইয়াৰ পিছতো  পুনৰ নাট্যদলটোৱে   অশেষ সমস্যাৰ মাজেৰে পূৰ্ণগতিত 45 সংখ্যক নাট্যবৰ্ষৰ নাটকৰ আখৰা চলাই আছে ঃ 23 আগষ্টত সৰ্থেবাৰী বনিয়াকুছিত বিণাপাণী থিয়েটাৰৰ 45 সংখ্যক নাট্যবৰ্ষৰই শুভমুক্তি লাভ কৰিব ঃ আৰু এইবৰ্ষত অভিজিতৰ পাগলৰ তান্দব,সতিশ দাসৰ তোমাৰ হাহিত আমাৰ জীৱন ,ধ্ৰুৱজ্যোতি শৰ্মাৰ দেওলগা ঘৰৰ মায়া আৰু জিতেন শৰ্মাৰ ভগৱানৰ তেজ নাট চাৰিখন বীণাপাণি থিয়েটাৰত মঞ্চায়ন হৱ

টিভিৰ পৰ্দাত খাপলাংকাইৰ জৰিয়তে  বলিষ্ট অভিনয় কৰি অসমবাসী ৰাইজৰ আদৰৰ অভিনেতা হৈ পৰা বিপুল ৰাভাই এতিয়া ভ্ৰাম্যমাণৰ মঞ্চত অভিনয় কৰি ৰাইজৰ অতি আদৰৰ হৈ পৰাৰ উপৰি তেও খাপলাংকাইত থাকোতে টিভি চেনেলে টিআৰপি পাইছিল যদিও এতিয়া তেওৰ বাবে বিণাপাণীয়ে টিআৰপি পাই আছে বুলি কয় ঃলগতে তেও বহুখিনি হাস্যকৰ কথাও দৰ্শকৰ বাবে কয় ঃ

ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটো জীয়াই ৰাখিবলৈ হলে  শিল্পী সকলেও পাৰিশ্ৰামিকৰ বাবে প্ৰযোজকৰ সতে কিছু এৰা ধৰা কৰাৰো প্ৰয়োজন বুলি বিপুল ৰাভাই সংবাদ মাধ্যমৰ সমুখত ব্যক্ত কৰি তেওৰ এই ক্ষেত্ৰত অনুভৱ প্ৰকাশ কৰে 

দিনে নিশাই বিণাপাণী থিয়েটাৰৰ শিল্পী সকলে নাটকৰ আখৰা কৰি থকাৰ উপৰি সুন্দৰ নৃত্যৰেও যাতে দৰ্শকৰ আশীৰ্বাদ বুটলিব পাৰে তাৰ বাবেও অশেষ পৰিশ্ৰম কৰি থকা দৃশ্য পৰিলক্ষিত হৈছে ভ্ৰাম্যমাণ নাট্যদলটোত ঃConclusion:বাইট-১,২
ভিডিঅ'-৩
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
Last Updated : Aug 22, 2019, 5:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.