ETV Bharat / state

বৰপেটাত উদ্ধাৰ প্ৰকাণ্ড অজগৰ - পল্লা নদী

বৰপেটাত পল্লা নদীত উটি আহে এডাল প্ৰকাণ্ড অজগৰ ৷ ইতিমধ্যে স্থানীয় ৰাইজ আৰু বন বিভাগৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় অজগৰ ডাল ৷

One Python Recovered At Barpeta
বৰপেটাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
author img

By

Published : Jun 28, 2020, 4:15 PM IST

বৰপেটা, 28 জুনঃ বৰপেটা জিলাৰ গান্ধাৰীপাৰাত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ ৷ পল্লা নদীত উটি অহা অৱস্থাত স্থানীয় ৰাইজে প্ৰথমে প্ৰত্যক্ষ কৰে অজগৰ ডালক ৷

বৰপেটাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

বৰপেটা জিলাৰ গান্ধাৰীপাৰাত পল্লা নদীত উটি অহা অৱস্থাত স্থানীয় ৰাইজে প্ৰথমে প্ৰত্যক্ষ কৰে এডাল প্ৰকাণ্ড অজগৰ ৷ ততালিকে ৰাইজে উক্ত ঘটনাটো অৱগত কৰে বাক্সাৰ বনবিভাগক ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় অজগৰ ডাল ৷ উদ্ধাৰ হোৱা অজগৰ ডাল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পল্লা নদীৰে উটি আহিছে বুলি সন্দেহ কৰিছে বন বিভাগে ৷ উদ্ধাৰ হোৱা অজগৰ ডাল মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব বুলি বনবিভাগৰ লোকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক- জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.