ETV Bharat / state

সৰুপেটা-গুৱাগাছা ৰে'ল ষ্টেচনৰ মাজত ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু

author img

By

Published : Jan 30, 2020, 4:21 AM IST

সৰুপেটা আৰু গুৱাগাছা ৰে'ল ষ্টেচনৰ মাজত বুধবাৰে, ৰে'লৰ খুন্দাত এগৰাকী ৫৭ বছৰীয়া লোকৰ মৃত্যু হয় ৷ নিহত লোকগৰাকীৰ নাম চতুৰ দাস বুলি জানিব পৰা গৈছে ৷

ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু
ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু

সৰুপেটা, 29 জানুৱাৰীঃ বুধবাৰে সৰুপেটা আৰু গুৱাগাছা ৰে'ল ষ্টেচনৰ মাজত, ৰে'লৰ খুন্দাত এগৰাকী ৫৭ বছৰীয়া লোকৰ মৃত্যু হয় ৷ ৰে'লৰ খুন্দাত মৃত্যু হোৱা লোকগৰাকীৰ নাম চতুৰ দাস বুলি জানিব পৰা গৈছে ৷ লোকজন ৰে'ল পথেৰে খোজকাঢ়ি গৈ থকাৰ সময়ত নামনিমুৱা মালবাহী ৰে'লৰ খুন্দাত মৃত্যু হোৱা বুলি ধাৰণা কৰিছে স্থানীয় লোকে ৷ বৰপেটাৰোড ৰে'ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়ে ৷

লগতে পঢ়ক ঃ হোজাইৰ ডবকাত উদ্ধাৰ যুৱকৰ মৃতদেহ

Intro:বৰপেটাৰোড ২৯ জানুৱাৰী : বুধবাৰে সৰুপেটা আৰু গুৱাগাছা ৰেল ষ্টেচনৰ মাজত ৰেলৰ খুন্দাত এগৰাকী ৫৭ বছৰীয়া বৃদ্ধৰ মৃত্যু হয় ৷ ৰেলৰ খুন্দাত মৃত্যু ঘটা বৃদ্ধজনৰ নাম চতুৰ দাস বুলি জানিব পৰা গৈছে ৷ ৰেলপথেৰে খোজকাঢ়ি গৈ থকাৰ সময়ত নামনিমুৱা মালবাহী ৰেলগাড়ীৰ খুন্দাত মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ৷ মৃত বৃদ্ধজনৰ ঘৰ পাটাছাৰকুচি আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাপাৰাত বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰোডৰ ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়া বুলি বৰপেটাৰোডৰ ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ Body:বৰপেটাৰোড ২৯ জানুৱাৰী : বুধবাৰে সৰুপেটা আৰু গুৱাগাছা ৰেল ষ্টেচনৰ মাজত ৰেলৰ খুন্দাত এগৰাকী ৫৭ বছৰীয়া বৃদ্ধৰ মৃত্যু হয় ৷ ৰেলৰ খুন্দাত মৃত্যু ঘটা বৃদ্ধজনৰ নাম চতুৰ দাস বুলি জানিব পৰা গৈছে ৷ ৰেলপথেৰে খোজকাঢ়ি গৈ থকাৰ সময়ত নামনিমুৱা মালবাহী ৰেলগাড়ীৰ খুন্দাত মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ৷ মৃত বৃদ্ধজনৰ ঘৰ পাটাছাৰকুচি আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাপাৰাত বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰোডৰ ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়া বুলি বৰপেটাৰোডৰ ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat Assam
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.