- বৰপেটাৰ চাউলখোৱা নৈত উদ্ধাৰ এটা মৃতদেহ
- সোমবাৰে নদীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো
- মৃতদেহটো বৰপেটা চহৰৰ পালাংদিহাটীৰ হৰেণ বৰ্মণ বুলি চিনাক্ত
- বৰপেটা চহৰৰ বাছ আস্থানৰ গাড়ীৰ ধন সংগ্ৰাহক হিচাপে কৰ্মৰত আছিল লোকজন
- দেওবাৰে নিশা প্ৰায় ৭-৩০ বজাত বাছ আস্থানৰ কাম সামৰি ঘৰলৈ ওলাই গৈছিল
- চাউলখোৱা নৈৰ মথাউৰিৰে ঘৰলৈ গৈ থকা অৱস্থাৰ পৰাই সন্ধানহীন হৈছিল লোকজন
- আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰেবৰপেটাৰ চাউলখোৱা নদীত মৃতদেহ উদ্ধাৰ
বৰপেটাৰ চাউলখোৱা নদীত মৃতদেহ উদ্ধাৰ - HAREN BORMAN
বৰপেটাৰ চাউলখোৱা নৈত সোমবাৰে উদ্ধাৰ হয় এটা মৃতদেহ ৷ বৰপেটা চহৰৰ আৱৰ্ত ভৱনৰ ওচৰত চাউলখোৱা নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷
![বৰপেটাৰ চাউলখোৱা নদীত মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3912884-thumbnail-3x2-bor.jpg?imwidth=3840)
বৰপেটাৰ চাউলখোৱা নদীত মৃতদেহ উদ্ধাৰ
- বৰপেটাৰ চাউলখোৱা নৈত উদ্ধাৰ এটা মৃতদেহ
- সোমবাৰে নদীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো
- মৃতদেহটো বৰপেটা চহৰৰ পালাংদিহাটীৰ হৰেণ বৰ্মণ বুলি চিনাক্ত
- বৰপেটা চহৰৰ বাছ আস্থানৰ গাড়ীৰ ধন সংগ্ৰাহক হিচাপে কৰ্মৰত আছিল লোকজন
- দেওবাৰে নিশা প্ৰায় ৭-৩০ বজাত বাছ আস্থানৰ কাম সামৰি ঘৰলৈ ওলাই গৈছিল
- চাউলখোৱা নৈৰ মথাউৰিৰে ঘৰলৈ গৈ থকা অৱস্থাৰ পৰাই সন্ধানহীন হৈছিল লোকজন
- আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰেবৰপেটাৰ চাউলখোৱা নদীত মৃতদেহ উদ্ধাৰ
Intro:
বৰপেটা, ২২ জুলাইঃ বৰপেটাৰ চাউলখোৱা নৈত আজি এটা মৃতদেহ উদ্ধাৰ কৰা হয় ৷ বৰপেটা চহৰৰ আৱৰ্ত ভৱনৰ ওচৰত চাউলখোৱা নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ মৃত ব্যক্তিজন বৰপেটা চহৰৰ পালাংদিহাটীৰ হৰেণ বৰ্মণ (৬২) বুলি চিনাক্ত কৰা হৈছে ৷
Body:লোকজনে গান্ধী নগৰৰ জোৱায়েকৰ ঘৰত বাস কৰিছিল ৷ বৰপেটা চহৰৰ বাছ আস্থানৰ গাড়ীৰ ধন সংগ্ৰাহক আছিল লোকজন ৷ দেওবাৰে নিশা প্ৰায় ৭-৩০ বজাত বাছ আস্থানৰ কাম সামৰি ঘৰলৈ বুলি ওলাই গৈছিল লোকজন ৷ গান্ধীনগৰৰ পথটো বানত ডুবি থকা বাবে চাউলখোৱা নৈৰ মথাউৰিৰে ঘৰলৈ গৈ থকা অৱস্থাৰ পৰাই সন্ধানহীন হৈছিল লোকজন ৷ আজি একাংশ লোকে চাউলখোৱা নৈত উপঙি থকা অৱস্থাত এটা মৃতদেহ প্ৰত্যক্ষ কৰিছিল ৷ তাৰপিচতে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু স্থানীয় লোকে মৃতদেহটো হৰেন বৰ্মন নামৰ লোকজনৰ বুলি চিনাক্ত কৰে ৷ লোকজন কি পৰিস্থিতত মৃত্যুমুখত পৰিল সেই সম্পৰিকে কোনো কথা জানিব পৰা হোৱা নাই ৷
Conclusion:--- বাপকন দাস, বৰপেটা