ETV Bharat / state

জনীয়াত ট্ৰেক্টৰৰ তলত পৰি শিশুৰ মৃত্যু - Assam Police

মাটি কঢ়িওৱা ট্ৰেক্টৰৰ তলত পৰি যোৱাৰ ফলতে নিহত হয় এটি নবছৰীয়া শিশুৰ ৷

জনীয়াত ট্ৰেক্টৰৰ তলত পৰি শিশুৰ মৃত্যু
author img

By

Published : Jun 17, 2019, 9:23 PM IST

জনীয়া, 17 জুনঃ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ তলত পৰি এটি শিশুৰ কৰুণ মৃত্যু হয় ৷ কলগাছিয়াৰ সমীপৱৰ্তী বৰডাংগাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

জনীয়াত ট্ৰেক্টৰৰ তলত পৰি শিশুৰ মৃত্যু

মাটি কঢ়িয়াই অনা এখন ট্ৰেক্টৰৰ পিছফালৰ চকাত অসাৱধানৱশত পৰি যায় এটি শিশু ৷ ফলত ঘটনাস্থলীতে নিহত হয় মাফিজুৰ ৰহমান (9) নামৰ শিশুটো ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰি চালক ৰেজাউলে টেক্টৰসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

Intro:slug: as_jania_17jun_accident_one_death_vis1+byt1_asc10058

জনীয়া, ১৭ জুন: কলগাছিয়াৰ বৰডাংগাত ট্ৰেক্টৰৰ তলত পৰি এটি শিশুৰ কৰুণ মৃত্যু।Body:slug: as_jania_17jun_accident_one_death_vis1+byt1_asc10058

কলগাছিয়াৰ বৰডাংগাত আজি দুপৰীয়া সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। মাটি কঢ়িওৱা টেক্টৰৰ পৰি পৰি নিহত হয় এটি শিশু। দুৰ্ঘটনাত নিহত হোৱা শিশু গৰাকীৰ নাম মাফিজুৰ ৰহমান (9) বুলি জানিব পৰা হৈছে। মাটি কঢ়িয়াই আনি থকা অৱস্থাত ট্ৰেক্টৰৰ ওপৰত থকা শিশু গৰাকী ট্ৰেক্টৰৰ পৰা পৰি পাছফালৰ চকাৰ তলত সোমাই পৰে। গুৰুতৰ ভাৱে আহত শিশুটিক লগে লগে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। শিশুটিৰ মৃত্যুত পৰিয়ালৰ লগতে গাঁওখনত শোকৰ ছাঁ বিৰাজ কৰিছে। উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত কৰি টেক্টৰসহ চালক ৰেজাউল ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।
Conclusion:slug: as_jania_17jun_accident_one_death_vis1+byt1_asc10058

মন্তব্য : প্ৰত্যক্ষ দৰ্শীৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.