জনীয়া, ০৯ জুলাই: বুধবাৰে জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে বিজেপিৰ যোগদান সমাৰোহত প্ৰতিকুল বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ সভা স্থগিত ৰখাৰ সিদ্ধান্ত ।
● বুধবাৰে জনিয়া সমষ্টিৰ চৰিয়তপুৰত অনুষ্ঠিত নহয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সভা ।
● ধাৰাসাৰ বৰষুণে দিছে বিধি পথালি ।
● বুধবাৰে জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে বিজেপিৰ যোগদান সমাৰোহত অংশগ্ৰহণ কৰাৰ কথা আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।
● প্ৰতিকুল বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ সভা স্থগিত ৰখাৰ সিদ্ধান্ত ।
● যুদ্ধংদেহী তৎপৰতাৰে সম্পন্ন হৈছিল সভাস্থলী নিৰ্মাণৰ কাম ।
● অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে মুখ্যমন্ত্ৰীৰ সভা ।
● বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান আৰু জিলা সভাপতি শংকৰ দাসে কৰে ঘোষণা ।