ETV Bharat / state

ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰ ৰক্ষাৰ আহ্বান জনাই ধৰ্ণাত বহিল বিধায়ক শ্বেৰমান

খহনীয়াৰ কৱলত ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰ ৷ শুকুৰবাৰে বাঘবৰৰ বৈঠাপুতা ঘাট সত্ৰখনৰ খহনীয়া পৰিদৰ্শনৰ পিচতে ধৰ্ণাত বহিল বিধায়ক শ্বেৰমান (MLA Sherman demands to save historic Boithaputa Ghat satra) ৷

MLA Sherman demands  to save historic Boithaputa Ghat satra
চৰকাৰক ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰ ৰক্ষাৰ আহ্বান জনাই ধৰ্ণাত বহিল বিধায়ক শ্বেৰমান
author img

By

Published : May 20, 2022, 10:03 PM IST

Updated : May 20, 2022, 10:30 PM IST

বৰপেটা, 20 মে’: ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম বাঘবৰৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰ (Historic Boithaputa Ghat satra) ৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত এই সত্ৰখন ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাই ধৰ্ণাত বহিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ (MLA Sherman demands to save historic Boithaputa Ghat satra) ৷

শুকুৰবাৰে বাঘবৰৰ বৈঠাপুতা ঘাট সত্ৰখনৰ খহনীয়া পৰিদৰ্শনৰ পিচতে বিধায়ক আহমেদে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলৰ পৰা ঐতিহাসিক সত্ৰখন ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অমনোযোগিতা আৰু জলসম্পদ বিভাগৰ হেমাহিৰ বাবে এইদৰে সত্ৰবাসী ৰাইজক লগত লৈ বহিল প্ৰতিবাদী ধৰ্ণাত (Sherman Ali calls on to save historic Boithaputa Ghat satra) ৷

চৰকাৰক ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰ ৰক্ষাৰ আহ্বান জনাই ধৰ্ণাত বহিল বিধায়ক শ্বেৰমান

বাঘবৰৰ বড়ো, অসমীয়া, মুছলমান লোকসকলে বাঘবৰৰ বিধায়কগৰাকীৰ নেতৃত্বত এই ধৰ্ণাত অংশগ্ৰহণ কৰি মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা বৈঠাপুতা ঘাট সত্ৰখন ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ৷

ইপিনে, সত্ৰখনৰ সাময়িক প্ৰতিৰোধৰ বাবে দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে প্ৰায় আঢ়ৈ কোটি টকা ব্যয় সাপেক্ষ এখন আঁচনি মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই অনুমোদন জনোৱাৰ পিচতো আঁচনিখন কাৰ্যকৰী নোহোৱাৰ অভিযোগ তোলে বাঘবৰৰ বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : চৰকাৰক ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰ ৰক্ষাৰ আহ্বান বিধায়ক শ্বেৰমানৰ

Last Updated : May 20, 2022, 10:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.