ETV Bharat / state

বুঢ়াসত্ৰীয়াৰ আশীষ ল'লে অখিল গগৈয়ে - শিৱসাগৰৰ বিধায়ক অখিল গগৈ

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ আশীষ গ্ৰহণ কৰিলে অখিল গগৈয়ে ৷ ইয়াৰোপৰি বৰপেটাৰ বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে বিধাগৰাকীয়ে (Akhil Gogoi in Barpeta)৷

Akhil Gogoi in Barpeta
বুঢ়াসত্ৰীয়াৰ আশিস ল'লে অখিল গগৈয়ে
author img

By

Published : May 20, 2022, 10:35 PM IST

বৰপেটা, ২০ মে’: ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ(Basistha Dev Sarma) বাসগৃহত উপস্থিত হৈ সত্ৰীয়া সাধকগৰাকীৰ আশিস গ্ৰহণ কৰে (Akhil Gogoi meets Barpeta Barpeta Burha Satriya)৷ বৰপেটাত ৰাইজৰ দলৰ সাংগঠনিক কাম-কাজৰ বুজ লোৱাৰ বাবে উপস্থিত হোৱা অখিল গগৈয়ে বুঢ়াসত্ৰীয়াগৰাকীৰ ভৰি চুই সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে ৷

বুঢ়াসত্ৰীয়াৰ আশিস ল'লে অখিল গগৈয়ে

ইয়াৰোপৰি অখিল গগৈয়ে বৰপেটাৰ বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ বাসগৃহত উপস্থিত হৈ তেওকো সৌজন্যমূলক সাক্ষাৎ কৰে৷ মূলতঃ ৰাইজৰ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে বিভিন্ন জিলা পৰিভ্ৰমণ কৰি থকা অখিল গগৈয়ে শুকুৰবাৰে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিষয়ত বৰপেটাৰ আন কেবাগৰাকীও বিশিষ্ঠ ব্যক্তিৰ সৈতে আলাপ কৰে (Akhil Gogoi in Barpeta)৷

লগতে পঢ়ক: আৰ্থিক সংকট: ৰাজীৱ ভৱনক ব্যৱসায়িক কমপ্লেক্স কৰাৰ প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.