ETV Bharat / state

সমস্যাৰে ভাৰাক্ৰান্ত ঐতিহ্যপূৰ্ণ বজালী মহাবিদ্যালয়

বহু সংখ্যক শিক্ষক-কৰ্মচাৰীৰ পদ খালী বজালী মহাবিদ্যালয় ৷ বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাৰ পাচতো উপাচাৰ্য নিযুক্তিকে ধৰি আন্তঃগাঁথনিৰ কাম আগবঢ়া নাই মহাবিদ্যালয়খনত ৷

সমস্যাৰে ভাৰাক্ৰান্ত ঐতিহ্যপূৰ্ণ বজালী মহাবিদ্যালয়
author img

By

Published : Jun 4, 2019, 4:50 PM IST

পাঠশালা, 4 জুন : শিক্ষানগৰী পাঠশালাৰ বুকুত 1955 চনত কামেশ্বৰ দাসে প্ৰতিষ্ঠা কৰা উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান বজালী মহাবিদ্যালয়খন ৰাজ্য চৰকাৰে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছে যদিও আজিলৈ কিন্তু এই প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনত উপাচাৰ্য নিযুক্তিকে ধৰি আন্তঃগাঁথনি এশ এবুৰি সমস্যা ৷ প্ৰায় তিনি হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা উচ্চ শিক্ষানুষ্ঠানখনত সম্প্ৰতি শিক্ষকৰ বহু পদ খালী হৈ থকাত সৃষ্টি হৈছে ব্যাপক সমস্যাৰ ৷ কেৱল শিক্ষকৰ সমস্যাই নহয় কৰ্মচাৰীৰো বহু পদ খালী হৈ আছে মহাবিদ্যালয়খনত ৷ শিক্ষক কৰ্মচাৰীৰ সমস্যাৰ মাজতে বজালী মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনকে ধৰি মহাবিদ্যালয়খনত লোকসভা নিৰ্বাচনৰ বাবে বজালী মহকুমা প্ৰশাসনে নিয়ন্ত্ৰণ কক্ষ হিচাপে আজিলৈ ব্যবহাৰ কৰি থকাত সমস্যাৰ সৃষ্টি হৈছে মহাবিদ্যালয়খনত ৷

সমস্যাৰে ভাৰাক্ৰান্ত ঐতিহ্যপূৰ্ণ বজালী মহাবিদ্যালয়

23 মে'ত ভোট গণনা সম্পন্ন হৈ যোৱাৰ আজি এঘাৰ দিন অতিক্ৰম কৰিলে যদিও প্ৰশাসনে খালী কৰি দিয়া নাই বজালী মহাবিদ্যালয়ৰ বিজ্ঞান ভৱন ৷ যাৰ বাবে ছাত্ৰ ছাত্ৰী সকলৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ ইপিনে মহাবিদ্যাখনৰ অধ্যক্ষাই প্ৰশাসনক বাৰম্বাৰ অনুৰোধ কৰিও লাভ কৰা নাই সুফল ৷ উপাচাৰ্য নিযুক্তি দিয়াৰ পাচতো ক'ত বহিব উপাচাৰ্য তাৰো স্থান সুনিৰ্দিষ্ট হোৱা নাই মহাবিদ্যালয়খনত ৷ কিন্তু ঐতিহ্যপূৰ্ণ বজালী মহাবিদ্যালয়খনত কেতিয়া আৰম্ভ হ'ব উপাচাৰ্য নিযুক্তিকে ধৰি আন্তঃগাঁথনিৰ কাম ৷

Intro:Pathsala bajali college

বজালী মহাবিদ্যালয়ত বহু শিক্ষক কৰ্মচাৰীৰ পদ খালী।
লোকসভা নিৰ্বাচনত স্হাপন  নিয়ন্ত্ৰণ কক্ষ খালি নকৰাত পৰীক্ষাৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী।
ভট্টদেব বিশ্ববিদ্যালয়ৰ আন্ত গাঠনিৰ কাম আৰম্ভ কেতিয়া হব ?
Body:Pathsala bajali college

পাঠশালা,৪জুন: শিক্ষানগৰী পাঠশালাৰ বুকুত 1955 চনত কামেশ্বৰ দাসে প্ৰতিষ্ঠা কৰা উচ্ছ শিক্ষাৰ অন্যতম শিক্ষাপ্ৰতিষ্ঠান বজালী মহাবিদ্যালয়খন ৰাজ্য চৰকাৰে ভট্টদেব বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছে যদিও আজিলৈ কিন্তু এই প্ৰস্তাবিত  বিশ্ববিদ্যালয়খনত উপাচাৰ্য নিযুক্তিকে ধৰি অন্যাণ্য আন্ত গাঠনিৰ কাম আগবঢ়া নাই :: ইপিনে প্ৰায় তিনি হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা এইখন শিক্ষানুষ্ঠানত সম্প্ৰতি শিক্ষকৰ বহু পদ খালী হৈ থকাত  সমস্যাই দেখা দিছে :: অকল যে শিক্ষকৰ সমস্যায়ে দেখা দিছে এনে নহয় কৰ্মচাৰীৰো বহু পদ খালী হৈ থকাত সমস্যাৰ উদ্ভব হৈছে মহাবিদ্যালয়খন ::

বাইট: ভা:: অধ্যক্ষা , 

শিক্ষক কৰ্মচাৰীৰ সমস্যাৰ মাজতে বজালী মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনকে ধৰি মহাবিদ্যালয়খনৰ একাংশ লোকসভা নিৰ্বাচনৰ বাবে বজালী মহকুমা প্ৰশাসনে নিয়ন্ত্ৰন কক্ষ হিচাপে আজিলৈ ব্যবহাৰ কৰি থকাত সমস্যাৰ সৃষ্টি হৈছে মহাবিদ্যালয়খনত :: 23 মেত ভোট গননা সম্পন্ন হৈ যোৱাৰ পিছত আজি এঘাৰ দিন অতিক্ৰম কৰিলে যদিও প্ৰশাসনে খালী কৰি দিয়া নাই বজালী মহাবিদ্যালয়ৰ বিজ্ঞান ভৱন :

যাৰ বাবে ছাত্ৰ ছাত্ৰী সকলৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই মহাবিদ্যালয় কৰ্তৃপক্ষ ঃ প্ৰশাসনক বাৰম্বাৰ অনুৰোধ কৰিও লাভ কৰা নাই সুফল ঃ
ভট্টদেব বিশ্ববিদ্যালয়ৰ নামত চৰকাৰে অনুদান আগবঢ়াইছে যদিও এতিয়ালৈ আগবঢ়া নাই বিশ্ববিদ্যালয়ৰ আন্ত গাঠনিৰ কাম :: উপাচাৰ্য নিযুক্তি দিয়াৰ পিছত কত বহিব উপাচাৰ্য তাৰো নাই সূনিৰ্দিষ্ট স্হান ঃ
বজালী মহাবিদ্যালয়,ভট্টদেব বিশ্ববিদ্যালয় সন্দৰ্ভত পাঠশালাৰ সমাজকৰ্মীয়ে শিক্ষা মন্ত্ৰীক সমস্যা সমাধানৰ বাবে জনালে অনুৰোধ 

বাইট ঃসমাজকৰ্মী                                                        এতিয়া প্ৰশ্ন হয় ,বজালী  মহাবিদ্যালয় খালী পদ সমূহ কেতিয়া পুৰন কৰা হব, ভট্টদেব বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তিকে ধৰি আন্ত গাঠনিৰ কাম কেতিয়া আৰম্ভ হব,বজালী মহাবিদ্যালয়ৰ বিজ্ঞান ভৱন কেতিয়া খালী কৰিব প্ৰশাসনে ???.Conclusion:Pathsala bajali college

বাইট- অধ্যক্ষা
বাইট- সমাজকৰ্মী
ভিডিঅ'-৫
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.