ETV Bharat / state

31 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল যাত্ৰীবাহী বাছ, 15 গৰাকী যাত্ৰী আহত

বৰপেটাৰ হাউলীৰ কালঝাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে (Road accident in NH 31)৷ বৰপেটাৰোডৰ পৰা গুৱাহাটী অভিমুখী AS 15 C 8058 নম্বৰৰ অনুৰাধা নামৰ বাছখন দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত বাছখনত থকা 30 গৰাকী যাত্ৰীৰ ভিতৰত 15 গৰাকী যাত্ৰী আহত হৈছে (15 Injured in bus accident)৷

author img

By

Published : Aug 30, 2022, 1:32 PM IST

Updated : Aug 30, 2022, 1:52 PM IST

Road accident in NH 31 at howly
31 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল যাত্ৰীবাহী বাছ

বৰপেটা, 30 আগষ্ট: বৰপেটাত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা(Road accident in NH 31)৷ হাউলীৰ কালঝাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে এখন যাত্ৰীবাহী বাছ ৷ বৰপেটাৰোডৰ পৰা গুৱাহাটী অভিমুখী আছিল AS 15 C 8058 নম্বৰৰ অনুৰাধা নামৰ বাছখন ৷

31 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল যাত্ৰীবাহী বাছ, 15 গৰাকী যাত্ৰী আহত

এই দুৰ্ঘটনাত বাছখনত থকা 30 গৰাকী যাত্ৰীৰ ভিতৰত 15 গৰাকী যাত্ৰী আহত হয় (15 Injured in bus accident)৷ ঘাইপথত যান-জঁট নথকাৰ বাবে তীব্ৰবেগী বাছখনে সন্মুখৰ আন এখন গাড়ী অভাৰটেক কৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বুলি জানিব পৰা গৈছে ৷

আহতসকলক ততাতৈয়াকৈ হাউলীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

লগতে পঢ়ক: শিৱসাগৰত খাৱৈত বাগৰিল নৈশ বাছ, গুৰুতৰভাৱে আহত আঠজনকৈ যাত্ৰী

Last Updated : Aug 30, 2022, 1:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.