ETV Bharat / state

হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন

হাত্মা গান্ধীৰ আদৰ্শৰে স্থাপন কৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ সমূহতো মহামানৱ গৰাকীক অতি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে শুকুৰবাৰে বৰপেটাৰ হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷

হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি
author img

By

Published : Oct 11, 2019, 9:08 PM IST

বৰপেটা, 11 অক্টোবৰঃ দেশজুৰি পালন কৰা হৈছে মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী ৷ মহাত্মা গান্ধীৰ আদৰ্শৰে স্থাপন কৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ সমূহতো মহামানৱ গৰাকীক অতি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে শুকুৰবাৰে বৰপেটাৰ হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ৷ প্ৰতিমূৰ্তি উন্মোচনৰ লগতে সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠানৰো আয়োজন কৰা হয় ।

উল্লেখ্য যে, বিগত দুই অক্টোবৰৰ পৰা হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত গান্ধীজয়ন্তী উপলক্ষে পালন কৰা অনুষ্ঠাৰ শুকুৰবাৰে সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচণ কৰে ৰাজ্যিক শিক্ষা গবেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালিকা ড0 নিৰদা দেৱীয়ে । সঞ্চালিকা গৰাকীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি গান্ধীৰ আদৰ্শেৰে ছাত্ৰ-ছাত্ৰীক আগবাঢ়ি যাবলৈ আহ্বান জনায় ।

হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি

আনহাতে, যি সমূহ প্ৰশিক্ষণ কেন্দ্ৰই অসম টেটৰ বাবে একাংশ ছাত্ৰ-ছাত্ৰীৰ পৰা জালিয়াতি কৰি ধনলৈ ২০১৭ চনৰ আগত নামভৰ্তি হোৱা বুলি ৰচিদ প্ৰদান কৰিছে সেই সমূহ অনুষ্ঠানৰ বিৰুদ্ধে প্ৰত্যেকখন জিলাতে তদন্ত আৰম্ভ হোৱা বুলি জানিবলৈ দিয়ে সঞ্চালক গৰাকীয়ে ।

Intro:
বৰপেটা, ১১ অক্টোবৰঃ
মহামানব মহাত্মাগান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী দেশজুৰি পালন কৰা হৈছে ৷ মহাত্মা গান্ধীৰ আদৰ্শৰে স্থাপন কৰা বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰ সমূহতো মহামানৱ গৰাকীক অতি শ্ৰদ্ধাৰে স্মৰন কৰাৰ লগতে আজি বৰপেটা জিলাৰ হাউলীৰ বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰত মহাত্মা গান্ধী এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠানৰো আয়োজন কৰা হয় । Body:যোৱা দুই অক্টোবৰৰ পৰা হাউলীৰ বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰত গান্ধীজয়ন্তী পালন অনুষ্ঠাৰ আজি সামৰণি অনুষ্ঠানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ৰাজ্যিক শিক্ষা গবেষনা আৰু প্ৰশিক্ষন পৰিষদৰ সঞ্চালক ড° নিৰদা দেবীয়ে । সঞ্চালক গৰাকীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি গান্ধীৰ আদৰ্শেৰে ছাত্র ছাত্রীক আগবাঢি যাবলৈ আহব্বান জানায় । আনহাতে যিসমূহ প্ৰশিক্ষন কেন্দ্ৰই অসম টেটৰ বাবে একাংশ ছাত্র ছাত্রীৰ পৰা জালিয়াতি কৰি ধনলৈ ২০১৭ চনৰ আগত এডমিছন লোৱা বুলি ৰচিদ প্ৰদান কৰিছে সেই সমূহ অনুষ্ঠানৰ বিৰুদ্ধে প্ৰত্যেকখন জিলাতে তদন্ত আৰম্ভ হোৱা বুলি জানিবলৈ দিয়ে সঞ্চালক গৰাকীয়ে । লগতে দূৰ্নীতিত জৰিত সকলোকে শাস্তি প্ৰদান কৰা হব বুলিও জানিবলৈ দিয়ে ।
Conclusion:বাইটঃ উন্মোচক
--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.