ETV Bharat / state

লক ডাউন4.0: কলগাছিয়াত অৰাজক পৰিস্থিতিৰ সৃষ্টি

author img

By

Published : May 18, 2020, 6:12 PM IST

লক ডাউনৰ শিথিলতাৰ সুযোগ লৈ অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে কলগাছিয়াত । চৰকাৰে বান্ধি দিয়াৰ লক ডাউন শিথিলতাৰ কোনো নীতি-নিয়মেই প্ৰযোজ্য হোৱা দেখা নাই কলগাছিয়াত । দোকান-পোহাৰ, বজাৰ সকলোতেই মানুহৰ অস্বাভাৱিক সমাগম ।

কলগাছিয়াত অৰাজক পৰিস্থিতিৰ সৃষ্টি
কলগাছিয়াত অৰাজক পৰিস্থিতিৰ সৃষ্টি

বৰপেটা, 18 মে’: চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ আৰম্ভণিতে বৰপেটা জিলাৰ কলগাছিয়াত দেখা গ’ল ৰাইজৰ সমাগম । মুখত মাস্ক নলগোৱাকৈ, সামাজিক দূৰত্ব বজাই নাৰাখি বজাৰত লাগিছে ৰাইজৰ হেতা-ওপৰা।

কলগাছিয়াত অৰাজক পৰিস্থিতিৰ সৃষ্টি

ইফালে ঈদৰ সময়তে লক ডাউনক ধোঁৱাচাঙত তুলি কলগাছিয়াৰ কাপোৰৰ দোকানত অভাৱনীয় ভিৰ পৰিলক্ষিত হয় । এই ক্ষেত্ৰত চৰকাৰে দিয়া নীতি-নিৰ্দেশনা ৰাইজে যাতে মানি চলে তাৰ বাবে আহ্বান জনায় সচেতন মহলে ৷

লগতে পঢ়ক: ৰঙিয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.