ETV Bharat / state

কলগাছিয়াৰ চি এছ পিত লক ডাউন ভংগ

author img

By

Published : Apr 17, 2020, 1:18 PM IST

কলগাছিয়াৰ বিভিন্ন চি এছ পিত লক ডাউন ভংগ । চৰকাৰে মহিলাসকলৰ একাউণ্টত জমা কৰা 500 টকা ঘূৰাই ল’বলৈ এই ভিৰ কৰিছে একাংশ মহিলাই। বিমোৰত পৰিছে চি এছ পিৰ স্বত্বাধিকাৰ।

কলগাছিয়াৰ চি এছ পিত  লকডাউন ভংগ
কলগাছিয়াৰ চি এছ পিত লকডাউন ভংগ

কলগাছিয়া, 17 এপ্ৰিল : লক ডাউনৰ সময়ছোৱাত দৰিদ্ৰ পৰিয়ালক সহায় আগবঢ়োৱাৰ স্বাৰ্থত চৰকাৰে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 500 টকাকৈ জমা কৰিছে । কিন্তু এই ধন জমা হোৱাৰ পাছতেই একাংশ মানুহে প্ৰচাৰ চলায় যে,অতি শীঘ্ৰেই এই ধন উঠাই নল’লে একাউণ্টৰ পৰা চৰকাৰে টকা ঘুৰাই ল'ব ।

কলগাছিয়াৰ চি এছ পিত লকডাউন ভংগ

উক্ত প্ৰচাৰৰ ভিত্তিত শুকুৰবাৰে কলগাছিয়াৰ গঞা মহিলাসকলে চি এছ পি বোৰত ধন ঘুৰাই ল’বলৈ হেতা-ওপৰা লগোৱা পৰিলক্ষিত হৈছে। অৱশ্যে এই ক্ষেত্ৰত আৰক্ষীয়ে লক ডাউন ভংগ নহ’বৰ বাবে যথেষ্ঠ যোগাত্মক ভূমিকা গ্ৰহণ কৰা দেখা গৈছে ।

লগতে পঢ়ক : ভাৰত-বাংলা সীমান্তত 6 খন গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.