ETV Bharat / state

বৰপেটাত অনুজ্ঞাপত্ৰবিহীন ব্যৱসায়িক প্ৰতিষ্ঠান ছীল - নৱজিৎ পাঠক

অনুজ্ঞাপত্ৰৰ নবীকৰণ নকৰাকৈ ব্যৱসায় চলাই থকাৰ অভিযোগত বৰপেটা চহৰৰ মুছলিমপট্টিৰ মাষ্টাৰ টেক্সটাইল নামৰ দোকানখন ছীল কৰিলে বৰপেটা পৌৰ সভাই ৷ পৰৱৰ্তী ১৮ দিনৰ বাবে ছীল কৰি দিয়া হ’ল দোকানখন ৷

licence less business entity sealed in barpeta
অনুজ্ঞাপত্ৰ বিহীন ব্যৱসায়ীক প্ৰতিষ্ঠান ছীল বৰপেটাত
author img

By

Published : Apr 18, 2021, 4:01 PM IST

বৰপেটা,18 এপ্ৰিল: দেওবাৰে বৰপেটা চহৰৰ মুছলিমপট্টিস্থিত মাষ্টাৰ টেক্সটাইল নামৰ দোকানখন ছীল কৰিলে বৰপেটা পৌৰ সভাই ৷ অনুজ্ঞাপত্ৰৰ নবীকৰণ নকৰাকৈ ব্যৱসায় চলাই থকাৰ অভিযোগত পৰৱৰ্তী ১৮ দিনৰ বাবে ছীল কৰি দিয়া হ’ল দোকানখন ৷

অনুজ্ঞাপত্ৰ বিহীন ব্যৱসায়ীক প্ৰতিষ্ঠান ছীল বৰপেটাত

ইপিনে, বৰপেটাৰ ভিন্নস্থানত অনুজ্ঞাপত্ৰ নথকাকৈ ব্যৱসায় চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো পৰৱৰ্তী সময়ত অভিযান চলাব জিলা প্ৰশাসনে ৷ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক অনুজ্ঞাপত্ৰ ল’বলৈ আৰু ম্যাদ উকলি যোৱা অনুজ্ঞাপত্ৰসমূহ নবীকৰণ কৰিবলৈ আহ্বান জনাইছে অতিৰিক্ত জিলা দণ্ডাধীশ নৱজিৎ পাঠকে ৷

লগতে পঢ়ক : হোষ্টেল খালী কৰাৰ নিৰ্দেশ দিলে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.