ETV Bharat / state

পাঠশালাত আটক কুৰিগৰাকী কৃষক মুক্তিৰ সদস্য

author img

By

Published : Dec 5, 2019, 3:28 PM IST

এখন বাহনেৰে গৈ থকা অৱস্থাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই আৰক্ষীয়ে দলটোক গুৱাহাটীৰ প্ৰতিবাদী কাৰ্যসূচীলৈ যোৱাত বাধা প্ৰদান কৰি মাজপথতে আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত আছে বৰপেটা জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলাম

পাঠশালা
পাঠশালাত আটক কুৰিগৰাকী কৃষক মুক্তিৰ সদস্য

বৰপেটা, 5 ডিচেম্বৰঃ বৰপেটাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ গৈ বৰপেটাত পাঠশালাত আটক কৃষক মুক্তিৰ কুৰিগৰাকী সদস্য ৷ শুকুৰবাৰে বিধানসভাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীত অংশ ল'বলৈ যোৱা প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ বাবেই আৰক্ষীয়ে আটক কৰে কৃষক মুক্তিৰ কুৰিজনীয়া এটি দলক ৷ এখন বাহনেৰে গৈ থকা অৱস্থাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই আৰক্ষীয়ে দলটোক গুৱাহাটীৰ প্ৰতিবাদী কাৰ্যসূচীলৈ যোৱাত বাধা প্ৰদান কৰি মাজপথতে আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত আছে বৰপেটা জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলাম ৷ ইপিনে কৃষক মুক্তিৰ দলটোক পাঠশালাৰ পৰা ওভোতাই আনি হাউলী আৰক্ষী থানাত ৰখা হৈছে কৃষক মুক্তিৰ দলটোক ৷

পাঠশালাত আটক কুৰিগৰাকী কৃষক মুক্তিৰ সদস্য

আৰু পঢ়কঃ কটনৰ ৰণহুংকাৰত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে

Intro:

বৰপেটা, ৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিধানসভাৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহন কৰিবলৈ যোৱা অৱস্থাত আজি বৰপেটাৰ পাঠশালাত আৰক্ষীয়ে আটক কৰে কৃষক মুক্তিৰ কুৰিগৰাকী সদস্যক ৷ Body:বিধান সভাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীত অংশ লবলৈ যোৱা প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ বাবেই আৰক্ষীয়ে আটক কৰে কৃষক মুক্তিৰ কুৰিজনীয়া দলটোক ৷ এখন বাহনেৰে গৈ থকা অৱস্থাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই আৰক্ষীয়ে দলটোক গুৱাহাটীৰ প্ৰতিবাদী কাৰ্যসূচীলৈ যোৱাত বাধা প্ৰদান কৰি মাজপথতে আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত আছে বৰপেটা জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলাম ৷ ইপিনে কৃষক মুক্তিৰ দলটোক পাঠশালাৰ পৰা ওভোতাই আনি হাউলী আৰক্ষী থানাত ৰখা হৈছে কৃষক মুক্তিৰ দলটোক ৷

Conclusion:বাইটঃ আটক দুই কৃষক মুক্তিৰ নেতা ৷

--- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.