ETV Bharat / state

কলগাছিয়াত পানীত আবদ্ধ 108 এম্বুলেন্স সেৱা

ৰাইজক নিৰাপত্তা দিয়া আৰক্ষীৰ বিলৈ

আবদ্ধ 108 এম্বোলেন্স সেৱা
author img

By

Published : Jul 17, 2019, 2:04 PM IST

Updated : Jul 17, 2019, 3:04 PM IST

  • কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পোন্ধৰ কিলোমিটাৰ গড়কাপ্তানী পথ পানীৰ তলত
  • বৰভিটা আৰক্ষী চকীৰ মাজেৰে চলিছে নাও
  • ৰাইজৰ নিৰাপত্তা দিয়া আৰক্ষী ভুগিছে নিৰাপত্তাহীনতাত
  • পানীত আবদ্ধ হৈ পৰিছে ১০৮ মৃত্যুঞ্জয় সেৱা
  • বেঁকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিধ্বংসী বানপানীয়ে প্লাৱিত কৰিছে অঞ্চলসমূহ

আবদ্ধ 108 এম্বোলেন্স সেৱা
  • কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পোন্ধৰ কিলোমিটাৰ গড়কাপ্তানী পথ পানীৰ তলত
  • বৰভিটা আৰক্ষী চকীৰ মাজেৰে চলিছে নাও
  • ৰাইজৰ নিৰাপত্তা দিয়া আৰক্ষী ভুগিছে নিৰাপত্তাহীনতাত
  • পানীত আবদ্ধ হৈ পৰিছে ১০৮ মৃত্যুঞ্জয় সেৱা
  • বেঁকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিধ্বংসী বানপানীয়ে প্লাৱিত কৰিছে অঞ্চলসমূহ
Intro:slug: as_jania_barbhita_out_post_in_flood_vis2+byt3_spl_pkg_story_asc10058

জনীয়া, ১৭ জুলাই: কলগাছিয়াত বান পানীৰ ৰুদ্ৰমূৰ্তি ধাৰণ। বৰভিটা আৰক্ষী চকীৰ মাজেৰে চলি আছে নাও। পানীত আবদ্ধ ১০৮ সেৱা।Body:slug: as_jania_barbhita_out_post_in_flood_vis2+byt3_spl_pkg_story_asc10058

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পোন্ধৰ কিলোমিটাৰ গড়কাপ্তানী পথ পানীৰ তলত। বৰভিটা আৰক্ষী চকী বানৰ কৱলত। ৰাইজৰ নিৰাপত্তা দিয়া আৰক্ষী ভূগিছে নিৰাপত্তাহীনতাত। আবদ্ধ হৈ পৰিছে ১০৮ মৃত্যুঞ্জয় সেৱা। কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৮৪ খন গাঁও বানৰ কৱলত। প্লাৱিত হৈছে ন-ন অঞ্চল। বৰভিটা আৰক্ষী চকীৰ ভিতৰত সোমাইছে একাঠুকৈ বানপানী। কলগাছিয়াৰ পৰা মইনবড়ী লৈ যোৱা পোন্ধৰ কিলোমিটাৰ গড়কাপ্তানী পথত এককালকৈ বানপানী। বেঁকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিধ্বংসী বানপানীয়ে প্লাৱিত কৰিছে অঞ্চল সমূহ ।Conclusion:slug: as_jania_barbhita_out_post_in_flood_vis2+byt3_spl_pkg_story_asc10058

বাইট : আৰক্ষী আৰু ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Jul 17, 2019, 3:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.