ETV Bharat / state

কলগাছিয়াৰ মজিদভিটাত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Mar 1, 2020, 2:54 PM IST

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মজিদভিটাত শনিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় 1 লাখ 50 হাজাৰ টকাৰ ক্ষতি হোৱা বুলি ব্যক্ত কৰে ক্ষতিগ্ৰস্ত পৰিয়ালটোৱে ৷

Kalgachiya fire
কলগাছিয়াৰ মজিদভিটাত ভয়ংকৰ অগ্নিকাণ্ড

জনিয়া,1 মাৰ্চঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মজিদভিটাত শনিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোত জহৰ উদ্দিন নামৰ লোকজনৰ এটা ঘৰ সম্পূৰ্ণ ৰূপে ভষ্মীভূত হোৱাৰ লগতে চল্লিছ ছেপ্টী শাল কাঠ আৰু চাৰিটা পশুধনৰ ক্ষতি হয় ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় 1 লাখ 50 হাজাৰ টকাৰ ক্ষতি হোৱা বুলি ব্যক্ত কৰে ক্ষতিগ্ৰস্ত পৰিয়ালটোৱে ৷ কোনো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷

কলগাছিয়াৰ মজিদভিটাত ভয়ংকৰ অগ্নিকাণ্ড

লগতে পঢ়ক-কলিয়াবৰত আছুৰ থলুৱা গামোছা উৎপাদন আঁচনি মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.