ETV Bharat / state

দুমাহৰ অন্তত পুনৰ খেতি পথাৰত ব্যস্ত ৰাজ্যৰ কৃষক

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত পুনৰ খেতি পথাৰত ব্যস্ত হৈ পৰিছে কলগাছিয়াৰ শতাধিক কৃষক ৷ সামাজিক দূৰত্ব বজাই বিভিন্ন খেতিত ব্যস্ত হৈ পৰিছে তেওঁলোক ৷

Kalgachia Cultivation
দুমাহৰ অন্তত পুনৰ খেতি পথাৰত ব্যস্ত কৃষক
author img

By

Published : May 9, 2020, 12:26 PM IST

জনীয়া, 9 মে' : তৃতীয় পৰ্য়ায়ৰ লক্ ডাউনৰ অন্তত ৰাজ্যত কিছু পৰিমাণে শিথিল কৰা হৈছে পূৰ্বৰ নীতি-নিয়ম ৷ দুমাহ যোৰা লক্ ডাউনৰ অন্তত ক্ষতিগ্ৰস্থ হোৱা কৃষক সকলে পুনৰ নতুন উৎসাহ-উদ্দীপনাৰে খেতি পথাৰত ব্যস্ত হৈ পৰিছে ৷

সামাজিক ব্যৱধান ৰাখি কলগাছিয়া আৰু ক্ষুদ্ৰকুছি চক্ৰৰ অন্তৰ্গত কলগাছিয়া, খাৰবাল্লী, বালিকুৰি, শওপুৰ, বাংকাভাংগা আদি বিভিন্ন কৃষি প্ৰধান অঞ্চলৰ কৃষক সকলে পথাৰত বিভিন্ন খেতিত ব্যস্ত হৈ পৰিছে ৷

দুমাহৰ অন্তত পুনৰ খেতি পথাৰত ব্যস্ত কৃষক

ধান খেতি, মৰাপাট খেতিকে আদি কৰি বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতিত ব্যস্ত হৈ পৰা কৃষক সকলে সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই কৰ্ম সম্পাদন কৰিছে ৷ আনকি কৃষক সকলে সকলোকে নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : অসমলৈ উভতিছে জুবিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.