ETV Bharat / state

কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনৰ উদ্যোগত বৰপেটাত গীতে -মাতে সোঁৱৰণ ৰাভাক - বিষ্ণুপ্ৰসাদ ৰাভা

আজি 20 জুন ৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুবাৰ্ষিকী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো দেখা গ’ল সংগ্ৰামী বীৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ সশ্ৰদ্ধ সোঁৱৰণ ৷

কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনৰ উদ্যোগত বৰপেটাত গীতে -মাতে সোঁৱৰণ ৰাভাক
author img

By

Published : Jun 20, 2019, 10:17 AM IST

বৰপেটা, 20 জুনঃ গীত-মাত, আবৃত্তি আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে মুখৰ হৈ পৰিল বৰপেটাৰ নবীন চন্দ্ৰ বৰদলৈ উদ্যান ৷ বৰপেটাৰ নবীন চন্দ্ৰ বৰদলৈ উদ্যানত দুবছৰ পূৰ্বে জুবিন গাৰ্গৰ পৃষ্ঠপোষকতাত আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনৰ বৰপেটা শাখাৰ উদ্যোগত নিৰ্মিত বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে বৃহস্পতিবাৰে উদযাপন কৰা হয় সৈনিক শিল্পীগৰাকীৰ 50 সংখ্যক মৃত্যু দিৱস ৷ পুৱা কলাগুৰুৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে বিষ্ণু ৰাভা দিৱসৰ দিনযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰপেটাৰ বিশিষ্ট সাহিত্যিক,কলাগুৰু বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই ৷ বৰপেটাৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে ৰাভাদেৱৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ সময়তে সমন্বয় সাংস্কৃতিক দলৰ শিল্পীসকলে পৰিৱেশন কৰা কলাগুৰুৰ কালজয়ী গীতৰে মুখৰিত হৈ উঠে নবীন চন্দ্ৰ বৰদলৈ উদ্যান ৷ কলাগুৰুক সুঁৱৰি বৃহস্পতিবাৰে স্থানীয় শিল্পীসকলে গীত-মাত, কবিতা আবৃত্তি আদি পৰিৱেশন কৰি সৈনিক শিল্পীগৰাকীৰ প্ৰতি নিবেদন কৰে মৃত্যু দিৱসৰ শ্ৰদ্ধাৰ্ঘ ৷

গীতে -মাতে সোঁৱৰণ ৰাভাক

Slug:        as_bar_20june_rabha_dibash_vis+bite+photo_7203841                     

  জুবিন গাৰ্গৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনৰ উদ্যোগত বৰপেটাত গীতে -মাতে সুৱৰিলে বিষ্ণু ৰাভাক ৷৷

বৰপেটা, ২০ জুনঃ গীত-মাত, আবৃত্তি আৰু  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে মুখৰ হৈ পৰিল বৰপেটাৰ নবীন চন্দ্ৰ বৰদলৈ উদ্যান ৷ বৰপেটাৰ নবীন চন্দ্ৰ বৰদলৈ উদ্যানত দুবছৰ পূৰ্বে জুবিন গাৰ্গৰ পৃষ্ঠপোষকতাত আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনৰ বৰপেটা শাখাৰ উদ্যোগত নিৰ্মিত বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপনেৰে আজি উদযাপন কৰা হয় সৈনিক শিল্পীগৰাকীৰ ৫০ সংখ্যক মৃত্যু দিৱস ৷ পুৱা কলাগুৰুৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে বিষ্ণু ৰাভা দিৱসৰ দিনযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰপেটাৰ  বিশিষ্ট সাহিত্যিক,কলাগুৰু বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই ৷ বৰপেটাৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে ৰাভাদেৱৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ সময়তে সমন্বয় সাংস্কৃতিক দলৰ শিল্পীসকলে পৰিবেশন কৰা কলাগুৰুৰ কালজয়ী গীতৰে মুখৰিত হৈ উঠে নবীন চন্দ্ৰ বৰদলৈ উদ্যান ৷  কলাগুৰুক সুঁৱৰি  আজি স্থানীয় শিল্পীসকলে গীত-মাত, কবিতা আবৃত্তি আদি পৰিবেশন কৰি সৈনিক শিল্পীগৰাকীৰ প্ৰতি বৰপেটাবাসীয়ে নিবেদন কৰে মৃত্যু দিৱসৰ শ্ৰদ্ধাৰ্ঘ ৷

বাইটঃ অক্ষয় কুমাৰ মিশ্ৰ, সাহিত্যিক, কলাগুৰু বঁটাপ্ৰাপক ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.