ETV Bharat / state

NRC প্ৰকাশৰ পূৰ্ৱে শিলাদিত্য দেৱ আৰু ৰঞ্জিত দাসক গ্ৰেপ্তাৰৰ দাৱী ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Aug 28, 2019, 10:35 PM IST

এন আৰ চি প্ৰকাশৰ পূৰ্বে ৰাজ্যত শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু এবিভিপিৰ ছাত্ৰ নেতাক গ্ৰেপ্তাৰৰ দাবী উত্থাপন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা আশ্ৰাফুল ইছলামৰ

ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল

জনীয়া, 28 আগষ্ট : ৩১ আগষ্টত প্ৰকাশ পাব অসমীয়া খিলঞ্জীয়াৰ ৰক্ষা কৱচ বুলি অভিহিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(এন আৰ চি) । কিন্ত এন আৰ চি প্ৰকাশৰ পূৰ্বে ৰাজ্যত শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু এবিভিপিৰ ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা আশ্ৰাফুল ইছলামে । শাসনাধিষ্ট দলৰ বিধায়ক শিলাদিত্য দেৱ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস এন আৰ চিক লৈ কৰা বিৰ্তকিত মন্তব্যৰ বিৰুদ্ধে বুধবাৰে কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে । সংবাদমেলত এন আৰ চিৰ দ্বাৰা বিজেপি দল আৰু আৰএচএচ য়ে বিজেপিৰ ভোট বেংক সুৰক্ষিত কৰিব নোৱাৰাৰ বাবে এন আৰ চি হোৱাটোয়ে বিচৰা নাই বুলি অভিযোগ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে ৷ লগতে একাংশ মুছলমান সকলে লিগেচি জালিয়াতি কৰা বুলি শিলাদিত্য দেৱে কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি কৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এখন শুদ্ধ এন আৰ চি প্ৰকাশ হ'ব বুলি মত প্ৰকাশ কৰে আশ্ৰাফুল ইছলামে । সংবাদমেলত যি সকল ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব তেওঁলোকক উদেশ্যি ছাত্ৰ নেতাগৰাকীয়ে কয় যে তেওঁলোকে আতংকিত হ'ব নালাগে লগতে পুনৰ আবেদনৰ ক্ষেত্ৰত তেওঁলোকক কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ তৰফৰ পৰা সম্পূৰ্ণ আইনী সহায় কৰা হ'ব ৷ লগতে এন আৰ চি ক লৈ কোনো উচতনি মূলক মন্তব্য কৰি ৰাজ্যত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি শান্তি শৃংখলাত ব্যাঘাত জন্মাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু এবিভিপিৰ ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷

Intro:slug: as_jania_28aug_nrc_press_meet_of_smss_vid2+pho1_story_asc10058

Anchor: NRC প্ৰকাশৰ পূৰ্বে ৰাজ্যত শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু এবিভিপিৰ ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।Body:slug: as_jania_28aug_nrc_press_meet_of_smss_vid2+pho1_story_asc10058

V.O: ৩১ আগষ্টত প্ৰকাশ পাব অসমীয়া খিলঞ্জীয়াৰ ৰক্ষা কৱচ বুলি অভিহিত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। কিন্ত NRC প্ৰকাশৰ পূৰ্বে ৰাজ্যত শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু এবিভিপিৰ ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা আশ্ৰাফুল ইছলামে। আজি কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি NRC ৰ দ্বাৰা বিজেপি দল আৰু RSS য়ে বিজেপিৰ ভোট বেংক সুৰক্ষিত কৰিব নোৱাৰাৰ বাবে NRC হোৱাটোয়ে বিচৰা নাই বুলি অভিযোগ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে। লগতে একাংশ মুছলমান সকলে লিগেচি জালিয়াতি কৰা বুলি শিলাদিত্য দেৱে কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা কৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এখন শুদ্ধ এন আৰ চি প্ৰকাশ হব বুলি মত প্ৰকাশ কৰে আশ্ৰাফুল ইছলামে। লগতে যি সকল ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব তেওঁলোকে আতংকিত হব নালাগে বুলি কোৱাৰ লগতে পুনৰ আবেদনৰ ক্ষেত্ৰত তেওলোকক কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ ফালৰ পৰা আইনী সহায় কৰা হব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে।Conclusion:slug: as_jania_28aug_nrc_press_meet_of_smss_vid2+pho1_story_asc10058

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.