ETV Bharat / state

জনীয়াত ক্ষেভিত ৰাইজে জনপ্ৰতিনিধিক নিৰ্বাচনত দিব প্ৰত্যুত্তৰ - জনীয়া সমষ্টি

জনীয়া সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ এটি অতি গুৰুত্বপূৰ্ণ পথত এটি জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে জলাকলা খুৱাইছে ৰাইজক । দীৰ্ঘদিনে ৰাইজৰ এই সমস্যাৰ কোনো সমাধান নকৰাৰ বাবে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

as_jania_decrepit_bambo_bridge_vis_asc10058
জনীয়াত ক্ষেভিত ৰাইজে জনপ্ৰতিনিধিক নিৰ্বাচনত দিব প্ৰত্যুত্তৰ
author img

By

Published : Mar 3, 2021, 3:31 PM IST

জনীয়া, 3 মাৰ্চ: জনীয়া সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ এটি অতি গুৰুত্বপূৰ্ণ পথত এটি জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে জলাকলা খুৱাইছে ৰাইজক । দীৰ্ঘদিনে ৰাইজৰ এই সমস্যাৰ কোনো সমাধান নকৰাৰ বাবে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বিগত বানৰ সময়তেই কালাভাৰ্টটো ভাঙি যোৱাৰ ফলত সৃষ্টি হৈছে বিপদজনক পৰিস্থিতি৷ এই সন্দৰ্ভত জনপ্ৰতিনিধিক বাৰাম্বাৰ অৱগত কৰাৰ পিচতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বিধায়ক তথা প্ৰশাসনে ৷

জনীয়াত ক্ষেভিত ৰাইজে জনপ্ৰতিনিধিক নিৰ্বাচনত দিব প্ৰত্যুত্তৰ

অৱশেষত ক্ষোভিত ৰাইজে আগন্তুক নিৰ্বাচনত জনপ্ৰতিনিধিক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক-বিজেপিয়ে অগপক এৰি দিব চেঙা সমষ্টি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.