ETV Bharat / state

জনিয়াত বানৰ ভয়াৱহ ৰূপঃ গড়কাপ্তানী পথৰ ওপৰেৰে বাগৰিছে পানী - Janiya flood situation

দেওবাৰে পুৱতি নিশা হঠাৎ অহা বানে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে জনিয়া সমষ্টিৰ লাচাংগা গাঁৱত ৷ কলগাছিয়া-টেঙাগাঁও গড়কাপ্তানী পথৰ ওপৰেদি পানী বৈ যোৱাত আৰু লাচাংগা-মোৱামাৰী পথখন কেবা ঠাইত ছিঙি যায় ৷

Janiya flood situation getting worse
জনিয়াত বানে লৈছে ভয়াৱহ ৰূপ
author img

By

Published : Jul 12, 2020, 9:39 AM IST

জনিয়া,12 জুলাইঃ ৰাজ্যৰ উজনি নামনিৰ কেইবাখনো নদীয়ে ইতিমধ্যেই প্লাবিত কৰি তুলিছে বিস্তীৰ্ণ অঞ্চল ৷ বৰপেটা জিলাৰ জনিয়া সমষ্টিটো ভয়াৱহ হৈ পৰিছে বেঁকী নৈৰ বানে ৷ সঘনাই ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বেঁকী নৈৰ জলপৃষ্ঠ ক্ৰামাৎ বৃদ্ধি পাইছে ৷ ইয়াৰ মাজতে দেওবাৰে পুৱতি নিশা সমষ্টিতোৰ লাচাংগা গাওঁত হঠাৎ অহা বানে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে অঞ্চলটোৰ ৰাইজৰ মাজত ৷

জনিয়াত বানে লৈছে ভয়াৱহ ৰূপ

সমান্তৰালকৈ কলগাছিয়া-টেঙাগাঁও গড়কাপ্তানী পথৰ ওপৰেদি পানী বৈ যোৱাৰ ফলত লাচাংগা-মোৱামাৰী পথটো কেবা ঠাইত ছিঙি যায় ৷ অৱশেষত উপায়ন্তৰ ৰাইজে বাঁহ, খেৰ, কলগছেৰে পানী সোমোৱাত বাধা দিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু এই লোকসকলক উদ্ধাৰৰ ক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসন তথা গাঁও পঞ্চালয়তৰ কোনো লোকে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইছে ৷

লগতে পঢ়ক- জিএমচিএইছত ভৰ্তি কৃষক নেতা অখিল গগৈক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.