ETV Bharat / state

মুখ্যমন্ত্ৰী হ’ব নোৱাৰি হতাশাত ভুগিছে হিমন্ত বিশ্ব শৰ্মা : হাফিজ ৰফিকুল ইছলাম

author img

By

Published : Nov 7, 2020, 10:25 PM IST

জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ৷ মুখ্যমন্ত্ৰী হ’ব নোৱাৰি হিমন্ত বিশ্ব শৰ্মা হতাশাত ভুগিছে বুলি মন্তব্য কৰে বিধায়ক ইছলামে ৷

MLA Dr Hafiz Rafiqul Islam Reaction
বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

জনীয়া, 7 নৱেম্বৰ : কলগাছিয়াত এক সংবাদমেলযোগে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া । মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক ডুবাবলৈ টুলুঙা মন্তব্য আৰম্ভ কৰা বুলি সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক ৰফিকুল ইছলামে ।

তেওঁ কয় যে,‘‘মুখ্যমন্ত্ৰী হ’ব নোৱাৰি হতাশাত ভুগিছে হিমন্ত বিশ্ব শৰ্মা । আজিজ খানৰ নাম কোনে কি বুলি ৰাখিব সেইটো ক’বলৈ হিমন্ত বিশ্ব কোন? নাম ৰখাৰ দায়িত্ব নিজৰ মাকৰ । তেওঁ কবলৈ কোন?’’

আজিজ খানৰ নামক লৈ টুলুঙা মন্তব্য কৰা সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে,‘‘কাৰ নাম কি ৰাখিব সেয়া হিমন্ত বিশ্ব শৰ্মাক সুধিহে ৰাখিব নেকি? বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ নকৰাৰ বাবে তেওঁ হতাশাগ্ৰস্ত হৈছে’’ ৷ সংবাদমেলযোগে এইদৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটূ সমালোচনা কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : বিধায়কৰ কথা মানি বিপাঙত ডিব্ৰুগড়বাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.