ETV Bharat / state

ছিণ্ডিকেটৰ পইচাৰে উপ-নিৰ্বাচন চলাই আছে বিজেপিয়ে: সাংসদ প্ৰদ্যুৎ বৰদলৈ - জনীয়াৰ উপনিৰ্বাচন

বিজেপিয়ে ৰাজ্যিক কৰ্মকৰ্তাৰ সহযোগত কয়লা,চুপাৰি,পান,কণী সকলোতে ছিণ্ডিকেট চলাই আহিছে আৰু ছিণ্ডিকেটৰ পইচাৰে উপ-নিৰ্বাচন চলাই আছে বুলি জনীয়াৰ উপ নিৰ্বাচনী সভাত মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । লগতে বেটি বাচাও বেটি পঢ়াও শ্ল'গান দিয়া বিজেপিৰ চৰকাৰৰ ওচৰত সম্প্ৰতি নাৰী সুৰক্ষিত নহয় বুলি মন্তব্য কৰে ৰিপুন বৰাই।

ছিণ্ডিকেটৰ পইচাৰে উপ-নিৰ্বাচন চলাই আছে বিজেপিয়ে : সাংসদ প্ৰদ্যুৎ বৰদলৈ
author img

By

Published : Oct 16, 2019, 11:09 PM IST

জনীয়া,16 অক্টোবৰ : বিজেপিয়ে ৰাজ্যিক কৰ্মকৰ্তাৰ সহযোগত কয়লা,চুপাৰি,পান,কণী,গৰু সকলোতে ছিণ্ডিকেট চলাই আহিছে আৰু ছিণ্ডিকেটৰ পইচাৰে উপ-নিৰ্বাচন চলাই আছে বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। জনীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বুধবাৰে জনীয়াৰ টি এন ডিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ছামচুল হকৰ প্ৰচাৰৰ বাবে আয়োজন কৰা মহিলা সমাৰোহ অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে বৰদলৈয়ে। মহিলা সমাৰোহত মুখ্য অতিথি হিচাপে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা উপস্থিত থাকি এ আই ইউ ডি এফ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে । এ আই ইউ ডি এফ সন্দৰ্ভত ৰিপুণ বৰাই কয় যে,এ আই ইউ ডি এফক ভোট দিলে বিজেপিক সহায়হে কৰা হ'ব। আনহাতে বিজেপিক সমালোচনা কৰি কয় যে,বেটি বাচাও বেটি পঢ়াও কোৱা বিজেপিৰ চৰকাৰৰ একাংশ নেতা কৰ্মীয়ে ধৰ্ষণত লিপ্ত হৈছে । যাৰ বাবে বিজেপিৰ ওচৰত সম্প্ৰতি নাৰী সমাজ সুৰক্ষিত নহয় বুলি মন্তব্য কৰে কংগ্ৰেছৰ সভাপতিজনে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল দেশক দুৰ্বল কৰাৰ কাৰণে জন্ম হৈছে বুলি কোৱা মন্তব্যৰ বিপৰীতে ৰিপুন বৰাই বিজেপিয়ে হে দেশ ধ্বংস কৰিছে বুলি কয় । সভাত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক,ৰাজ্যিক মহিলা সভানেত্ৰী নন্দিতা দাস,ধুবুৰীৰ প্ৰাক্তন বিধায়িকা গুল আখতাৰা বেগমকে ধৰি বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকল উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায় ।

Intro:slug: as_jania_16oct_bjp_syndicate_vis3+byt2+pho1_story_asc10058

Anchor: বিজেপিয়ে ৰাজ্যিক কৰ্মকৰ্তাৰ সহযোগত কয়লা, চুপাৰি, পান, কণী সকলোতে ছিণ্ডিকেট চলাই আহিছে আৰু ছিণ্ডিকেটৰ পইচাৰে উপ-নিৰ্বাচন চলাই আছে বুলি মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ইউ আই ডি এফক ভোট দিলে বিজেপিক সহায় কৰা হ'ব। বেটি বাচাও বেটি পঢ়াও শ্লোগান দিয়া বিজেপিৰ চৰকাৰৰ ওচৰত সম্প্ৰতি নাৰী সুৰক্ষিত নহয় বুলি মন্তব্য ৰিপুন বৰাৰ।Body:slug: as_jania_16oct_bjp_syndicate_vis3+byt2+pho1_story_asc10058

VO: বিজেপিয়ে ৰাজ্যিক কৰ্মকৰ্তাৰ সহযোগত কয়লা, চুপাৰি, পান, কণী, গৰু সকলোতে ছিণ্ডিকেট চলাই আহিছে আৰু ছিণ্ডিকেটৰ পইচাৰে উপ-নিৰ্বাচন চলাই আছে বুলি মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। জনীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বুধবাৰে জনীয়াৰ টি এন ডিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ছামচুল হকৰ প্ৰচাৰৰ নিমিত্তে আয়োজন কৰা মহিলা সমাৰোহ অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে বৰদলৈয়ে। মহিলা সমাৰোহত মুখ্য অতিথি হিচাপে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা উপস্থিত থাকি এ আই ইউ ডি এফ আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে। বৰাই কয় যে, ইউ ডি এফক ভোট দিলে বিজেপিক সহায় কৰা হ'ব। আনহাতে বিজেপিক সমালোচনা কৰি কয় যে, যি বিজেপি চৰকাৰে বেটি বাচাও বেটি পঢ়াও কোৱা বিজপিৰ একাংশ নেতা কৰ্মীয়ে ধৰ্ষণ কামত লিপ্ত হৈছে। যাৰ বাবে বিজেপিৰ ওচৰত সম্প্ৰতি নাৰী সমাজ সুৰক্ষিত নহয় বুলিও উল্লেখ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছ আৰু ইউ ডি এফ দল দেশক দূৰ্বল কৰাৰ কাৰণে জন্ম হৈছে বুলি কোৱা কথাষৰৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত ৰিপুন বৰাই কয় যে বিজেপিয়ে হে দেশ ধ্বংস কৰিছে বুলি কয়। সভাত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, ৰাজ্যিক মহিলা সভানেত্ৰী নন্দিতা দাস, ধুবুৰীৰ প্ৰাক্তন বিধায়িকা গুল আক্তাৰা বেগমকে ধৰি বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মী সকলে ভাষণ প্ৰদান কৰে।Conclusion:slug: as_jania_16oct_bjp_syndicate_vis3+byt2+pho1_story_asc10058

Byte: কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু সাংসদ প্ৰদ্যূৎ বৰদলৈ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.