ETV Bharat / state

জনীয়াত বিজেপি প্ৰাৰ্থী শ্বহিদুল ইছলামৰ অন্তিম নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Apr 4, 2021, 8:07 PM IST

জনীয়াত বিজেপি প্ৰাৰ্থী শ্বহিদুল ইছলামৰ অন্তিম নিৰ্বাচনী প্ৰচাৰ ৷ বিজেপিৰ প্ৰাৰ্থী শহিদুল ইছলামক এইবেলি জনীয়া বাসী ৰাইজা বিপুল ভোটত জয়ী কৰিব বুলি তেও মন্তব্য কৰে ৷ অসমত পুনৰ মিত্ৰজোটৰ চৰকাৰ গঠন হব বুলি দাবী কৰে প্ৰাৰ্থী গৰাকীয়ে ৷

jania-bjp-campaing
জনীয়াত বিজেপি প্ৰাৰ্থী শ্বহিদুল ইছলামৰ অন্তিম নিৰ্বাচনী প্ৰচাৰ

বৰপেটা, 4 এপ্ৰিল : জনীয়াত বিজেপি প্ৰাৰ্থী শ্বহিদুল ইছলামৰ অন্তিম নিৰ্বাচনী প্ৰচাৰ | কেইবা শতাধিক বাইক, চাৰিচকীয়া বাহনেৰে জনীয়া সমষ্টিৰ চোকে কোণে ৰেলী উলিয়াই শক্তি প্ৰদৰ্শন কৰাৰ লগতে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্শন কৰিবলৈ চেষ্টা কৰে প্ৰাৰ্থী গৰাকীয়ে |

জনীয় সমষ্টিৰ বিভিন্ন সমস্যা সমাধানৰ স্বাৰ্থত এইবেলি বিজেপিৰ প্ৰাৰ্থী শহিদুল ইছলামক বিপুল ভোটত জয়ী কৰিব বুলি তেও মন্তব্য কৰে | লগতে অসমত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব বুলিও দাবী কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ বিজেপি প্ৰাৰ্থী শহিদুল ইছলামে জনীয়া, ভাতকুছি, কলগাছিয়া, ৰহা আদি অঞ্চলত বিশাল ৰেলিৰে নিৰ্বাচনী অন্তিম প্ৰচাৰ চলায় ।

লগতে পঢ়ক : বৰমাত বিপিএফৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.