ETV Bharat / state

গুনিয়ালগুৰিত শক্তি বিভাগৰ মৰণ ফান্দ! - barpeta

সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ বহু লোক মৃত্যুমুখত পৰা ঘটনা নতুন নহয় যদিও এই ক্ষেত্ৰত সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ গা নলৰা দেখি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।

সৰভোগ বিদ্যূৎ উপ-সংমণ্ডলে
author img

By

Published : Jul 30, 2019, 7:27 PM IST

জনীয়া,৩০ জুলাইঃ মূৰৰ পৰা মাত্ৰ এক ফুট ওপৰেদি গৈছে বিদ্যুৎ পৰিবাহী তাঁৰ। জংঘলৰ মাজত ঢাক খাই পৰিছে ট্ৰেন্সফৰ্মাৰ আচৰিতভাৱে ভলুকা বাঁহৰে লগাই ৰখা হৈছে বিদ্যুৎ পৰিবাহী খুঁটা। সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ এলেকাধীন গুনিয়ালগুৰিত দৃশ্যমান হৈছে বিদ্যুৎ বিভাগৰ পয়ালগা আৰু ভয়ংকৰ ছবি। কলগাছিয়া এলেকাত সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ বহু লোক মৃত্যুমুখত পৰা ঘটনা নতুন নহয় যদিও এই ক্ষেত্ৰত সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ গা নলৰা দেখি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।

মৰণ ফান্দ পাতিছে সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলে

স্থানীয় ৰাইজে তদন্ত সাপেক্ষে সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছে। অন্যথা সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে স্থানীয় ৰাইজে। উল্লেখ্য যে বিদ্যুৎ বিভাগৰ ঠিকাদাৰে ধনৰ লেনদেনতহে কাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। ইয়াৰোপৰি ঠিকাদাৰ তাইজুদ্দিনে ধন নিদিয়া ঠাইত ভলুকা বাঁহকে বিদ্যুতৰ খুঁটা হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আনহাতে বিদ্যুতৰ তাঁৰ চিগি মাটিত পৰি থকাৰ ঘটনা নতুন নহয় ৷ বিদ্যুতৰ এই দুৰ্যোগৰ বিষয়ে সৰভোগ বিদ্যুৎ উপ সংমণ্ডলক অৱগত কৰিলেও কোনো ব্যবস্থা গ্ৰহণ নকৰে বুলি ৰাইজে সংবাদ মাধ্যমক জনাইছে।

Intro:slug: as_jania_30jul_bamboo_electric_post_vis2+byt2+pho1_spl_pkg_story_asc10058

জনীয়া, ৩০ জুলাই: গুনিয়ালগুৰিত বিদ্যূৎ নহয় মৰণ ফান্দ পাতিছে সৰভোগ বিদ্যূৎ উপ-সংমণ্ডলে।Body:slug: as_jania_30jul_bamboo_electric_post_vis2+byt2+pho1_spl_pkg_story_asc10058

মূৰৰ পৰা মাত্ৰ এক ফুট ওপৰেদি গৈছে বিদ্যূৎৰ তাঁৰ। জংঘলৰ মাজত ডাক খাই পৰিছে টেনাচফৰ্মা, আচৰিত ভাৱে ভোলুকা বাঁহৰে লগাই থৈছে বিদ্যূৎৰ খুঁটা। সৰভোগ বিদ্যূৎ উপ সংমণ্ডলৰ এলেকাধীন গুনিয়ালগুৰিত সঁচাকৈ দৃশ্যমান হৈছে বিদ্যূৎ বিভাগৰ এক পয়ালগা আৰু ভয়ংকৰ ছবি। কলগাছিয়া এলেকাত ঘনেপ্ৰতি সৰভোগ বিদ্যূৎ উপ সংমণ্ডলৰ গাফিলতিৰ বাবে বিদ্যূৎপৃষ্ট হৈ লোকৰ প্ৰাণ হানি হৈ আহিছে। তাৰ পাছতো সৰভোগ বিদ্যূৎ উপ সংমণ্ডলৰ গালৰা নেদেখি গভীৰ চিন্তামগ্ন হৈ পৰা দেখা গৈছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজে তদন্ত সাপেক্ষে সৰভোগ বিদ্যূৎ উপ সংমণ্ডলৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছে। অন্যথা স্থানীয় ৰাইজে সৰভোগ বিদ্যূৎ উপ সংমণ্ডলৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে। উল্লেখ্য যে এই বিদ্যূৎ বিভাগৰ ঠিকাদাৰে ধনৰ লেনদেনত কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে। ধন নিদিয়া ঠাই ভোলুকা বাঁহেকে বিদ্যূৎতৰ খুঁটা হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি ঠিকাদাৰ তাইজুদ্দিনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মাজে সময়ে বিদ্যূৎৰ তাঁৰ চিগি মাটিত পৰি থকাৰ ঘটনা অনেক বাৰ সংঘটিত হৈছে। বিদ্যূৎতৰ এই দুৰ্যোগৰ বিষয়ে সৰভোগ বিদ্যূৎ উপ সংমণ্ডলক অৱগত কৰিলেও কোনো ব্যবস্থা গ্ৰহণ নকৰে বুলি ৰাইজে সংবাদ মাধ্যমক জনাইছে।Conclusion:slug: as_jania_30jul_bamboo_electric_post_vis2+byt2+pho1_spl_pkg_story_asc10058

মন্তব্য: স্থানীয় ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.