ETV Bharat / state

বৰপেটাত জানাজা গৃহ আৰু কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্বোধন - কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেছন

বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে শনিবাৰে দুটাকৈ নৱ-নিৰ্মিত গৃহৰ শুভ উন্মোচন কৰে ৷ সভাত উপস্থিত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

inauguration-of-karate-training-center-of-mp-abdul-khaleq
বৰপেটাত জানাজা গৃহ আৰু কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন
author img

By

Published : Dec 26, 2020, 6:09 PM IST

বৰপেটা, 26 ডিচেম্বৰ : বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে শনিবাৰে দুটাকৈ নৱ-নিৰ্মিত গৃহৰ শুভ উন্মোচন কৰে ৷ বৰপেটাৰ সাংসদ আব্দুল খালেকে প্ৰথমতে বৰপেটা খাদেমূল ইছলাম সমাজৰ অন্তৰ্গত সাংসদ পুঁজিৰ তিনি লাখ টকাৰে নিৰ্মিত এটি জানাজা গৃহৰ উদ্বোধন কৰে ।

পৰৱৰ্তী সময়ত সাংসদ গৰাকীয়ে বৰপেটা চহৰৰ চাউলখোৱা নৈৰ পাৰত গঢ়ি উঠা এটি কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উন্মোচন কৰে । কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী সকলে বিভিন্ন সমৰ কলা প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।

সাংসদ আব্দুল কালেকৰ মন্তব্য

উল্লেখ্য যে, সভাত বৰপেটাৰ সাংসদ আব্দুল খালেকৰ উপৰিও উপস্থিত থাকে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, উকাৰ সাধাৰণ সম্পাদক তথা কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেছনৰ জ‌ইন্ট চেক্ৰটেৰী নগেন বংজাং, জিলা ক্ৰিয়া বিষয়া মানস প্ৰতীম দাস ৷

লগতে পঢ়ক : দুৰ্বৃত্তই খান্দিলে বিলাসীপাৰাৰ একমাত্ৰ ক্ৰিকেট খেলপথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.