ETV Bharat / state

হোলী গীতৰ গুঞ্জনেৰে মুখৰিত বৰপেটাৰ চৌদিশ

author img

By

Published : Mar 6, 2020, 11:19 AM IST

দৌল মহোৎসৱ উপলক্ষে এতিয়া ব্যস্ততাৰ অন্ত নোহোৱা হৈছে বৰপেটাবাসীৰ মাজত ৷ দৌল মহোৎসৱৰ বাবে সত্ৰনগৰীত দিনে নিশাই চলিছে হোলীগীতৰ আখৰা ৷

বৰপেটাৰ চৌদিশ
বৰপেটাৰ চৌদিশ

বৰপেটা, ৬ মাৰ্চঃ দৌল মহোৎসৱলৈ মাজত মাথো এটা দিন বাকী ৷ দেওবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব বৰপেটাবাসীৰ বহু প্ৰতীক্ষিত শ্ৰীকৃষ্ণ দৌল মহোৎসৱ ৷ দৌল মহোৎসৱ উপলক্ষে এতিয়া সীমাহীন ব্যস্ততা বৰপেটাবাসীৰ মাজত ৷ চৌদিশ মুখৰিত হোলী গীতৰ গুঞ্জনেৰে ৷ দৌল মহোৎসৱৰ বাবে সত্ৰনগৰীত দিনে নিশাই চলিছে হোলীগীতৰ আখৰা ৷ সকলোৱে অংশগ্ৰহণ কৰিছে হোলীগীতৰ আখৰাত ৷ ইয়াৰোপৰি বৃহস্পতিবাৰে সংস্কাৰ ভাৰতীৰ বৰপেটা শাখাৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত হয় হোলীগীত প্ৰতিযোগিতাৰ লগতে একাডেমী অফ খোলবাদ্যই অনুষ্ঠিত কৰা ঢোল বাদ্যৰ কৰ্মশালা ৷

হোলী গীতৰ গুঞ্জনেৰে মুখৰিত বৰপেটাৰ চৌদিশ

লগতে পঢ়কঃ বৰপেটা সত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.