ETV Bharat / state

'বৰপেটা এইছএছএলছি 1985' ৰ চিকিৎসা শিবিৰ - 1985 চনত মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থী

বৰপেটা চহৰৰ সমীপৰ বাৰাদি গাঁৱত দেওবাৰে 'বৰপেটা এইছএছএলছি 1985' নামৰ সংস্থাটোৱে এক চিকিৎসা শিবিৰৰ আয়োজন কৰে ৷ বৰপেটা চহৰৰ 1985 চনত মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে ঐক্যবদ্ধ হৈ 'বৰপেটা এইছএছএলছি 1985' নামৰ সংস্থাটোৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া লোকসকলৰ বাবে এই চিকিৎসা শিবিৰ আয়োজন কৰে ৷

'বৰপেটা এইছএছএলছি 1985' ৰ চিকিৎসা শিবিৰ
author img

By

Published : Sep 30, 2019, 10:26 AM IST

বৰপেটা, 30 ছেপ্টেম্বৰ : বৰপেটা চহৰৰ সমীপৰ বাৰাদি গাঁৱত দেওবাৰে 'বৰপেটা এইছএছএলছি 1985' নামৰ সংস্থাটোৱে এক চিকিৎসা শিবিৰৰ আয়োজন কৰে ৷ বৰপেটা চহৰৰ 1985 চনত মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে ঐক্যবদ্ধ হৈ 'বৰপেটা এইছএছএলছি 1985' নামৰ সংস্থাটোৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া লোকসকলৰ বাবে এই চিকিৎসা শিবিৰ আয়োজন কৰে ৷

'বৰপেটা এইছএছএলছি 1985' ৰ চিকিৎসা শিবিৰ

বাৰাদি গাঁৱৰ পৰমেশ তালুকদাৰ হাইস্কুলত অনুষ্ঠিত এই শিবিৰটোত গুৱাহাটী আৰু শ্বিলঙৰ পৰা অহা 13 গৰাকীকৈ চিকিৎসকে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে ৷ বিভিন্ন স্বেচ্ছাসেৱী সংস্থা বা দল সংগঠনৰ বিপৰীতে বৰপেটা চহৰৰ 1985 চনৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ এনে সমাজ সেৱামূলক কাৰ্যক ৰাইজে শলাগ লৈছে ৷

Intro:
বৰপেটা, ২৯ ছেপ্টেম্বৰঃ বৰপেটা চহৰৰ সমীপৰ বাৰাদি গাৱত আজি এটা চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ বৰপেটা চহৰৰ যিসকল পৰিক্ষীৰ্থীয়ে ১৯৮৫ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ আজি সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছে, সেইসকল লোকেই ঐক্যৱদ্ধ হৈ 'বৰপেটা এইছএছএলছি ১৯৮৫' নামৰ সংস্থাটোৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া লোকসকলৰ বাবে আজি অনুষ্ঠিত কৰে চিকিৎসা শিবিৰৰ ৷ Body:বাৰাদি গাৱৰ পৰমেশ তালুকদাৰ হাইস্কুলত অনুষ্ঠিত চিকিৎসা শিবিৰটোত গুৱাহাটী আৰু ছিলঙৰ পৰা অহা ১৩ গৰাকীকৈ চিকিৎসকে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰোগীসকলক বিনামূলীয়া ঔষধ প্ৰদান কৰে ৷ বিভিন্ন স্বেচ্ছাসেৱী সংস্থা বা দল সংগঠনৰ বিপৰীতে বৰপেটা চহৰৰ ১৯৮৫ চনৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ এনে সমীজসেৱামূলক কাৰ্যৰ ৰাইজে সলাগ লৈছে ৷

Conclusion:বাইটঃ ৮৫ ৰ মেট্ৰিক পৰীক্ষাৰ্থী তথা এগৰাকী প্ৰশাসনীয় বিষয়া ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.