ETV Bharat / state

জনিয়াত আজমল ফাউণ্ডেশ্বনৰ খাদ্য সামগ্ৰী বিতৰণ - Barpeta

জিলাখনৰ জনিয়া, চেঙা, বাঘবৰ, বৰপেটা এই চাৰিটা সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে আজমল ফাউণ্ডেশ্বনে ৷

ৰমজানৰ উপলক্ষে এহেজাৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য বিতৰণ আজমল ফাউণ্ডেছনৰ
author img

By

Published : May 16, 2019, 10:31 PM IST

জনিয়া, ১৬ মে: ৰপেটা জিলাৰ জনিয়াত বৃহস্পতিবাৰে ৰমজান মাহ উপলক্ষে আজমল ফাউণ্ডেশ্বনে এহেজাৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ জিলাখনৰ জনিয়া, চেঙা, বাঘবৰ, বৰপেটা এই চাৰিটা সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে আজমল ফাউণ্ডেশ্বনে ৷

ৰমজানৰ উপলক্ষে এহেজাৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য বিতৰণ আজমল ফাউণ্ডেছনৰ

আজমল ফাউণ্ডশ্বনে প্ৰতিটো পৰিয়ালক ২৫ কেজি চাউল, ৩ কেজি বুট, ৩ কেজি দাইল, ৩ কেজি চেনি, ২লিটাৰ মিঠাতেল আৰু ২ কেজি খেজুৰ বিতৰণ কৰে ।

Intro:slug: as_jania_16may_food_distribution_vis3+byt3+pho2_story_asc10058

জনীয়া, ১৬ মে: জনীয়াত ৰমজান মাহ উপলক্ষে ১০০০ দৰিদ্ৰ শ্ৰমিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে আজমল ফাউণ্ডেশন।Body:slug: as_jania_16may_food_distribution_vis3+byt3+pho2_story_asc10058

বৰপেটা জিলাৰ জনীয়াত আজি আজমল ফাউণ্ডেচনৰ পৰা ৰমজান মাহ উপলক্ষে দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য বিতৰণ কৰে। গোটেই অসমৰ লগত বৰপেটা জিলাৰ জনীয়া, চেঙা, বাঘবৰ, বৰপেটা এই চাৰিটা সমষ্ঠিত আজমল ফাউণ্ডেচনৰ মানুহ লগত থাকি বিতৰণ কৰে। এই বিতৰণৰ প্ৰত্যেক জি পি দৰিদ্ৰ পৰিয়ালৰ মানুহ উপস্থিত থাকি খাদ্য সামগ্ৰী গ্ৰহণ কৰি অতি আনন্দিত হোৱা দেখা গৈছে। ৰাইজৰ মাজত বিতৰণ কৰা খাদ্য বস্তু সমূহ ২৫ কেজি চাউল, ৩ কেজি বুট, ৩ কেজি ডাউল, ৩ কেজি চেনি, ২লিঃ মিঠাতেল আৰু ২ কেজি খেজুৰ আজি বৰপেটা জিলাত দিয়া হয়। এই সামগ্ৰী সমূহ ১ হেজাৰ দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰা হব বুলি বৰপেটা জিলাৰ এ আই ইউ ডি এফৰ সমষ্টি কমিটিৰ প্ৰেচিডেন্ট শুকুৰ আলিয়ে জানিব দিয়ে। অহাকালী অন্য জিলাত দিয়া হব আৰু প্ৰত্যেক জিলা পৰিষদ ভিত্তিত খাদ্য বিতৰণ কৰা হব বুলি জনায়। জনীয়া সমষ্টিৰ তৰফৰ পৰা ৰাইজে পূৰ্ণ ভাবে সহযোগিতা কৰিছে আৰু দৰিদ্ৰ পৰিয়ালক খাদ্য বিতৰণ দিয়াৰ বাবে আজমল ফাউণ্ডেচনক ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।Conclusion:slug: as_jania_16may_food_distribution_vis3+byt3+pho2_story_asc10058

বাইট: এ আই ইউ ডি এফৰ সমষ্টি কমিটিৰ প্ৰেচিডেন্ট, স্থানীয় ৰাইজ আৰু দৰিদ্ৰ শ্ৰমিক।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.