ETV Bharat / state

বানে সৰ্বস্বান্ত কৰা কলগাছিয়াত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকট

বেঁকী নৈৰ বানে সৰ্বস্বান্ত কৰিলে কলগাছিয়াৰ হাজাৰ হাজাৰ পৰিয়ালক, নষ্ট কৰিলে শ শ বিঘা ধান খেতি, সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকট,ক্ষতিপূৰণ নাপালে আত্মহত্যাৰ ভাবুকি দুৰ্ভগীয়া কৃষকৰ ৷

author img

By

Published : Aug 2, 2019, 6:46 PM IST

বানে সৰ্বস্বান্ত কৰা কলগাছিয়াত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকট

জনীয়া, 02 আগষ্টঃ কলগাছিয়া আৰু ক্ষুদ্ৰকুছি কৃষি চক্ৰৰ অন্তৰ্গত একাংশ দৰিদ্ৰ কৃষিজীৱী ৰাইজৰ শ শ বিঘা আহু ধানৰ খেতি বেঁকী নৈৰ বানে বিনষ্ট কৰাৰ লগতে কুইণ্টলে কুইণ্টলে ভড়ালৰ ধান পঁচি নষ্ট হোৱাত মূৰে কপালে হাত দিব লগা হৈছে দৰিদ্ৰ কৃষিজীৱী বানাক্ৰান্ত ৰাইজে ৷ ইয়াৰোপৰি সাওঁৰাচৰা আৰু চিকনী গাঁৱত বানপানীয়ে একাংশ লোকৰ ভড়ালৰ ধান বানে উটুৱাই নিয়াত লোকসকলৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে ৷ আনহাতে মাজে সময়ে ৰ'দ ওলাইছে যদিও শুকান ঠাইৰ অভাৱত ধান শুকুৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱাৰ লগতে গেলা-পচা ধান সমূহ খোৱাতো বাদেই বজাৰত বিক্ৰীৰ বাবেও উপযোগী হৈ নথকাত চিন্তিত হৈ পৰিছে দুৰ্ভগীয়া কৃষক সকল ।

বানে সৰ্বস্বান্ত কৰা কলগাছিয়াত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকট

বানে সৰ্বস্বান্ত কৰা এই সকল কৃষকে অতি শীঘ্ৰে চৰকাৰৰ ওচৰত বানত নষ্ট হোৱা খেতিৰ উচিত ক্ষতিপূৰণ দাবী উত্থাপন কৰিছে ৷ অন্যথা ল'ৰা ছোৱালীৰ সৈতে অনাহাৰে থাকিব লগা হোৱা এই সকল কৃষকে আত্মহত্যাৰ বাহিৰে বেলেগ একো বিকল্প পথ নাথাকিব বুলি জানিবলৈ দিছে ৷ `

Intro:slug : as_jania_2aug_rice_destroyed_by_flood_vis3+byt2+pho1_spl_pkg_asc10058

জনীয়া, ০২ আগষ্ট : কলগাছিয়াত বানপানীত পঁচিল কুইন্টলে কুইন্টলে ভঁৰালৰ ধান। বিনষ্ট হল শ শ বিঘা আহু আৰু ইৰি ধানৰ খেতি । মুৰে কপালে হাত দিব লগা হৈছে দৰিদ্ৰ কৃষিজীৱী ৰাইজে।Body:slug : as_jania_2aug_rice_destroyed_by_flood_vis3+byt2+pho1_spl_pkg_asc10058

কলগাছিয়া আৰু ক্ষুদ্ৰকুছি কৃষি চক্ৰৰ অন্তৰ্গত একাংশ দৰিদ্ৰ কৃষিজীৱী ৰাইজৰ শ শ বিঘা আহু ধানৰ খেতি বেঁকী নৈৰ বানে বিনষ্ট কৰাৰ লগতে কুইণ্টলে কুইণ্টলে ভড়ালৰ ইৰিধান পঁচি নষ্ট হোৱাত মুৰে কপালে হাত দিব লগা হৈছে দৰিদ্ৰ কৃষিজীৱী বানাক্ৰান্ত ৰাইজে । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সাওঁৰাচৰা আৰু চিকনী গাঁৱত বানপানীয়ে একাংশ লোকৰ ভড়ালৰ ধান উটুৱাই নিয়াৰ লগতে এইদৰে সম্পূৰ্ণ ধান পঁচি বিনষ্ট হোৱাত তীব্ৰ খাদ্য সংকটে দেখা দিছে লোক সকলৰ মাজত । মাজে সময়ে ৰদ উঠিছে যদিও শুকান ঠাইৰ অভাৱে ধান শুকাবলৈ পৰা নাই দুৰ্ভগীয়া কৃষক সকলে । গেলা-পচা ধান সমূহ খোৱাৰ উপযোগী নহয় আনকি বজাৰতো বিক্ৰী কৰিব নোৱাৰা অবস্থা হৈছে । এইদৰে কলগাছিয়া, খাৰবাল্লী, বিলৰটাৰী, উদমাৰী, বৰভিটা, বনঘুগি, কান্দুলীয়া, বালিকুৰি, টাপাজুলি, ইছবপুৰ, মইনবড়ী আদি গাঁৱৰ কেইবা শতাধিক কৃষকৰ শ শ বিঘা আহু ধানৰ খেতি বানপানীত পঁচি নষ্ট হয় । ফলত চৰকাৰৰ ওচৰত শীঘ্ৰে বানে বিনষ্ট কৰা খেতিৰ উচিত ক্ষতিপূৰণ দাবী কৰিছে ৰাইজে। অন্যথা ক্ষতিপূৰণ নাপালে লৰা ছোৱালীৰ সৈতে অনাহাৰে থাকিব লগা হোৱাৰ উপৰি আত্মহত্যাৰ বাহিৰে বিকল্প পথ নাথাকিব বুলি জানিবলৈ দিছে ভূক্তভোগী কৃষকে।
Conclusion:slug : as_jania_2aug_rice_destroyed_by_flood_vis3+byt2+pho1_spl_pkg_asc10058

বাইট: ভূক্তভোগী কৃষক ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.