ETV Bharat / state

বৰপেটা ৰ'ডত বিধ্বংসী অগ্নিকাণ্ড - বৰপেটা ৰোড

বৰপেটাৰোড পৌৰসভাৰ সন্মুখত কেইবাদিন ধৰি মজুত কৰি ৰখা বৃহৎ জাৱৰৰ দ'মত সংঘটিত অগ্নিকাণ্ড ৷ হতাহত হোৱা নাই কোনো লোক ৷ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই

বৰপেটা ৰোডত অগ্নিকাণ্ড
author img

By

Published : Apr 24, 2019, 11:58 PM IST

বৰপেটা, 24 এপ্ৰিল : বৰপেটাৰোড পৌৰসভাৰ কাণ্ডজ্ঞানহীনতাৰ বাবে বুধবাৰে নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ বৰপেটাৰোড পৌৰসভাৰ সন্মুখত কেইবাদিন ধৰি মজুত কৰি ৰখা বৃহৎ জাৱৰৰ দ'মত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ নিশা প্ৰায় চাৰে দহ বজাত সংঘটিত হোৱা অগ্নিকাণ্ডটোত কথমপি ৰক্ষা বৰপেটাৰোড চহৰৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ কেইবাটাও চৰকাৰী আৱাস গৃহ ৷

বৰপেটা ৰোডত অগ্নিকাণ্ড
অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ যদিও পাচত বৰপেটাৰোড আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ততাতৈয়াকৈ নিৰ্বাপিত কৰা হয় জুই ৷

Intro:বৰপেটাৰোডত জাববৰ দমৰ পৰা অগ্নিকাণ্ড সংঘটিত হৈ এক ভয়ংকৰ অগ্নি কাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে বৰপেটাৰোডৰ কেবাটাও চৰকাৰী আবাস গৃহ ৷ Body:বৰপেটাৰোড পৌৰসভাৰ কাণ্ডজ্ঞানহীন কাণ্ডৰ বাবে বুধবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে বৰপেটাৰোড চহৰৰ কেবাটাও চৰকাৰী আবাস গৃহ ৷ বৰপেটাৰোড পৌৰসভাৰ সন্মুখত কেবাদিন ধৰি মজুত কৰি ৰখা বৃহৎ জাবৰৰ দম এটিত নিশা প্ৰায় চাৰে দহ বজাত সংঘটিত হয় এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ড সংঘটিত হোৱা জাবৰৰ নিচেই কাষত আছিল বৰপেটাৰোড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ কেবাটাও আবাস গৃহ ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আৰু তেওলোকৰ পৰিয়ালৰ লোক সকলৰ মাজত হোৱা ধোৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ পাছত বৰপেটাৰোড আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ততাতৈয়াকৈ এই জুই নিৰ্বাপিত কৰা হয় ৷Conclusion:বৰপেটাৰোড পৌৰসভাৰ এনে কাণ্ডজ্ঞানহীন কাণ্ডৰ বাবে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ আবাস গৃহ সমূহ ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰে ৷
Abdul Khaleque Ahmed
Etv Bharat Assam
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.