ETV Bharat / state

তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত আহত একে পৰিয়ালৰে তিনিজন - barpeta

ইদৰ বন্ধ উদযাপন কৰি ঘৰলৈ উভতি আহি থকা সময়ত ট্ৰেভেলাৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় মটৰচাইকেল যোগে গৈ থকা তিনিজনকৈ লোক৷

তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত আহত একে পৰিয়ালৰে তিনিজন
author img

By

Published : Jun 8, 2019, 9:04 PM IST

বৰপেটা, 8 জুন : বৰপেটাত তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত আহত এটা পৰিয়াল৷ ইদৰ বন্ধ উদযাপন কৰি ঘৰলৈ উভতি আহি থকা সময়ত ট্ৰেভেলাৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় মটৰচাইকেল যোগে গৈ থকা তিনিজনকৈ লোক৷

তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত আহত একে পৰিয়ালৰে তিনিজন

মোমায়েকৰ ঘৰত ঈদৰ নিমন্ত্ৰণ ৰক্ষা কৰি নিজ গৃহলৈ গৈ থকা অৱস্থাতে শনিবাৰে বৰপেটাৰ বাটগাঁৱত দুৰ্ঘটনাত পতিত হ'ল এহাল দম্পতীৰ লগতে এটি শিশু৷ সম্প্ৰতি শিশুটোৰ অৱস্থা অতি সংকটজনক৷ বৰপেটাৰ বাগোদি গাঁৱৰ মোমায়েকৰ ঘৰৰ পৰা খংৰাৰ নিজ গৃহলৈ আহি থকা অৱস্থাতে বাটগাঁৱত AS ০১ JC ১২৪৫ নম্বৰৰ টেভেৰাখনে AS ১৫ AN ৯৬৫০ নম্বৰৰ বাইকখনত তীব্ৰ জোৰে খুন্দা মাৰে ৷ টেভেৰাৰ খুন্দাত বাইক আৰোহী জামাল আলি,আলমিনা পাৰৱি ৰ লগতে জন্নত পাৰৱিন নামৰ আঢ়ৈ বছৰীয়া শিশুটো গুৰুতৰভাৱে আহত হয়৷আঘাতপ্ৰাপ্ত তিনিওজনকে বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৰ্তমানে জিএমছিএইছলৈ প্ৰেৰণ কৰা হৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটোক৷

Slug:     as_bar_8june_accident_vis+bite_7203841                   

 বৰপেটাৰ বাটগাওত তীব্ৰবেগী ট্ৰেভেৰাৰ খুন্দা বাইকতঃ বাইক আৰোহী এটি শিশুৰ অৱস্থা সংকটজনক ৷
জিএমছিএইছলৈ প্ৰেৰন ৷৷

বৰপেটা, ৮ জুনঃ মোমায়েকৰ  ঘৰত ঈদৰ নিমন্ত্ৰণ ৰক্ষা কৰি নিজ গৃহলৈ গৈ থকা অৱস্থাতে আজি বৰপেটাৰ বাটগাওত দূৰ্ঘটনাত পতিত হ'ল এহাল দম্পতীৰ লগতে এটি শিশু ৷ এখন তীব্ৰবেগী টেভেৰাৰ খুন্দাত পিতৃ মাতৃৰ সৈতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এটা শিশু ৷ সম্প্ৰতি শিশুটোৰ অৱস্থা অতি সংকটজনক ৷  পিতৃ-মাতৃৰ সৈতে মোমায়েকৰ ঘৰত ঈদৰ নিমন্ত্ৰন ৰক্ষা কৰি পিতৃৰ বাইকত ঘৰলৈ আহি আছিল জন্নত পাৰবিন নামৰ শিশুটো ৷ বৰপেটাৰ বাগোদি  গাৱৰ মোমায়েকৰ ঘৰৰ পৰা খংৰাৰ নিজ গৃহলৈ আহি থকা অৱস্থাতে বাটগাওত এছ ০১ জেচি ১২৪৫ নম্বৰৰ টেভেৰাখনে এএছ১৫ এন ৯৬৫০ নম্বৰৰ বাইকখনত তীব্ৰ জোৰে খুন্দা মাৰে ৷ টেভেৰাৰ খুন্দাত বাইক আৰোহী জামাল আলি (৩৫), আলমিনা পাৰৱিন (২৫) ৰ লগতে জন্নত পাৰৱিন নামৰ আঢ়ৈ বছৰীয়া শিশুটো গুৰুতৰভাৱে আহত হয় ৷ অৱশ্যে , দূৰ্ঘটনা সংঘটিত কৰা টেভেৰাখনৰ আৰোহী আৰু চালকে দূৰ্ঘটনাত পতিত লোককেইজনক লগে লগে টেভেৰা গাড়ীখনতে উঠাই বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ লৈ যায় ৷ আঘাতপ্ৰাপ্ত তিনিওজনকে বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কপাৰ পিচত চিকিৎসকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটোক জিএমছিএইছলৈ প্ৰেৰন কৰে ৷

বাইটঃ  আত্মীয়
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.